logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আমিনুলে হাৰিম বুলি গম পাই ধিং এৰি ৰূপহীলৈ গল ধিং সমষ্টি চুশি খাই ৰূপহীলৈ গল হাজী আমিনুল ধিং সমষ্টিত ভাই ভতিজাকলৈ খাইগল পোন্ধ বছৰ । ফকিৰক ভিক্ষা দিয়া নাই বিধায়ক আমিনুল ইছলামে। মাগুৰ মাছৰ দৰে গপকৈ ঘিলি পেলাব ৰূপহীহাট সমষ্টিক। ২০২৬ৰ বিধানসভা নিৰ্বাচনত এআই ইউডিএফে প্ৰাথীত্ব প্ৰদান কৰিলে ৰূপহীহট সমষ্টিত। আমিনুল ইছলামক ভোট দি ভূল নকৰিবলৈ। হাত যোৰ কৰি আহ্বান জনালে ৰূপহীহাট সমষ্টি বাসীলৈ। আমি ধিং সমষ্টি বাসীয়ে আমিনুল ইছলামক ভোট দি যি ভূল কৰিলো

7 hrs ago
user_Bittuahmed
Bittuahmed
Local News Reporter নগাঁও, নগাঁও, অসম•
7 hrs ago

আমিনুলে হাৰিম বুলি গম পাই ধিং এৰি ৰূপহীলৈ গল ধিং সমষ্টি চুশি খাই ৰূপহীলৈ গল হাজী আমিনুল ধিং সমষ্টিত ভাই ভতিজাকলৈ খাইগল পোন্ধ বছৰ । ফকিৰক ভিক্ষা দিয়া নাই বিধায়ক আমিনুল ইছলামে। মাগুৰ মাছৰ দৰে গপকৈ ঘিলি পেলাব ৰূপহীহাট সমষ্টিক। ২০২৬ৰ বিধানসভা নিৰ্বাচনত এআই ইউডিএফে প্ৰাথীত্ব প্ৰদান কৰিলে ৰূপহীহট সমষ্টিত। আমিনুল ইছলামক ভোট দি ভূল নকৰিবলৈ। হাত যোৰ কৰি আহ্বান জনালে ৰূপহীহাট সমষ্টি বাসীলৈ। আমি ধিং সমষ্টি বাসীয়ে আমিনুল ইছলামক ভোট দি যি ভূল কৰিলো

More news from অসম and nearby areas
  • আজি ৰহা NSUI উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৰহা ব্লক কংগ্ৰেছ কাৰ্যালয়ত।
    1
    আজি ৰহা NSUI উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভা
অনুষ্ঠিত হয়  ৰহা ব্লক কংগ্ৰেছ কাৰ্যালয়ত।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • নগাঁও জিলাৰ ৫৮ নং চামগুৰি সমষ্টিত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনক লৈ জোৰদাৰ হৈছে ৰাজনৈতিক তৎপৰতা। যুৱ নেতা নাজীৰ হুছেইনে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী হিচাপে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আশা প্ৰকাশ কৰে। ইয়াৰ লগতে কংগ্ৰেছ দলক কটাক্ষ কৰি নাজীৰ হুছেইনে কয় যে কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক দল, কিন্তু বিজেপিত তেনে প্ৰথা নাই। বিজেপি দলে সদায় ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ।
    1
    নগাঁও জিলাৰ ৫৮ নং চামগুৰি সমষ্টিত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনক লৈ জোৰদাৰ হৈছে ৰাজনৈতিক তৎপৰতা।  যুৱ নেতা নাজীৰ হুছেইনে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী হিচাপে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আশা প্ৰকাশ কৰে।
ইয়াৰ লগতে কংগ্ৰেছ দলক কটাক্ষ কৰি নাজীৰ হুছেইনে কয় যে কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক দল, কিন্তু বিজেপিত তেনে প্ৰথা নাই। বিজেপি দলে সদায় ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • কাৱৈমাৰীত এইদৰে ঈদৰ আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ সমাগম। যাৰ বাবে জাক-জমকতাৰে সজাই পৰাই তুলিছে মছজিদ।
    1
    কাৱৈমাৰীত এইদৰে ঈদৰ আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ।
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ সমাগম।
যাৰ বাবে জাক-জমকতাৰে সজাই পৰাই তুলিছে মছজিদ।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • ধিং সমষ্টিত ৰাইজৰ দলৰ বিশাল জন জাগৰণ ৰেলি। ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ নেতৃত্বত সমৰ্থক সকলে উলিয়ায় এই ৰেলি। ধিং সমষ্টিৰ ২৫ খন গাঁও পঞ্চায়তত ৰাইজৰ মাজত জন জাগৰণৰ উদ্দেশ্যি তাঁতীকটা গাঁৱৰ পৰা আৰম্ভ হয় এই ৰেলি।
    3
    ধিং সমষ্টিত ৰাইজৰ দলৰ বিশাল জন জাগৰণ ৰেলি।
ধিং সমষ্টিৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ নেতৃত্বত সমৰ্থক সকলে উলিয়ায় এই ৰেলি।
ধিং সমষ্টিৰ ২৫ খন গাঁও পঞ্চায়তত ৰাইজৰ মাজত জন জাগৰণৰ উদ্দেশ্যি তাঁতীকটা গাঁৱৰ পৰা আৰম্ভ হয় এই ৰেলি।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    6 hrs ago
  • 📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য
    1
    📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ”
কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ
📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী”
কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য
    user_H News National
    H News National
    ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    1
    কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    14 hrs ago
  • সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে
    1
    সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে
জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    15 hrs ago
  • চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে ‌ বিজেপিয়ে। এতিয়া লৈকে কোনো সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে।
    1
    চামগুৰি সমষ্টি অগপক এৰি নিদিয়ে ‌ বিজেপিয়ে।
এতিয়া লৈকে কোনো  সিদ্ধান্ত হোৱা নাই দলৰ ফালৰ পৰা,ভুৱা প্ৰচাৰ চলি আছে।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.