logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য 📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য

1 day ago
user_H News National
H News National
ৰূপাহী, নগাঁও, অসম•
1 day ago

📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য 📌“গৌৰৱ-ৰকিবুল থাকিলেই বিজেপিৰে চৰকাৰ” কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ 📌“ৰাহুল গান্ধী থকালৈকে মোদীয়েই প্ৰধানমন্ত্ৰী” কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য

More news from অসম and nearby areas
  • সংবাদমাধ্যমৰ আগত প্ৰশ্ন মন্ত্ৰীগৰাকীৰ। নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ। নগাঁওত সংবাদমাধ্যমৰ সন্মুখত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ৰাজ্যৰ এজন মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ‘মিঞা’ শব্দৰে কাকো বেয়া বুলি কোৱা নাই। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়— “মিঞা বুলি ক’লে কোনে বেয়া পায়?” মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া দেখা গৈছে।
    1
    সংবাদমাধ্যমৰ আগত প্ৰশ্ন মন্ত্ৰীগৰাকীৰ। নগাঁৱত বিতৰ্কিত মন্তব্য, ‘মিঞা’ শব্দক লৈ মন্ত্ৰীৰ স্পষ্টীকৰণ।
নগাঁওত সংবাদমাধ্যমৰ সন্মুখত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ৰাজ্যৰ এজন মন্ত্ৰীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ‘মিঞা’ শব্দৰে কাকো বেয়া বুলি কোৱা নাই। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়— “মিঞা বুলি ক’লে কোনে বেয়া পায়?” মন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া দেখা গৈছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    48 min ago
  • কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।
    1
    কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    2 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • জুৰীয়াত কদমনি পথাৰত SDRF বাহিনীৰ। অভিযানত পুখুৰীৰ পৰা এটি উদ্ধাৰ মৃতদেহ।
    1
    জুৰীয়াত কদমনি পথাৰত SDRF বাহিনীৰ। অভিযানত পুখুৰীৰ পৰা এটি উদ্ধাৰ মৃতদেহ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    6 hrs ago
  • আজি ৰহা NSUI উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৰহা ব্লক কংগ্ৰেছ কাৰ্যালয়ত।
    1
    আজি ৰহা NSUI উদ্যোগত এখনি কাৰ্যনিৰ্বাহক সভা
অনুষ্ঠিত হয়  ৰহা ব্লক কংগ্ৰেছ কাৰ্যালয়ত।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • নগাঁও জিলাৰ ৫৮ নং চামগুৰি সমষ্টিত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনক লৈ জোৰদাৰ হৈছে ৰাজনৈতিক তৎপৰতা। যুৱ নেতা নাজীৰ হুছেইনে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী হিচাপে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আশা প্ৰকাশ কৰে। ইয়াৰ লগতে কংগ্ৰেছ দলক কটাক্ষ কৰি নাজীৰ হুছেইনে কয় যে কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক দল, কিন্তু বিজেপিত তেনে প্ৰথা নাই। বিজেপি দলে সদায় ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ।
    1
    নগাঁও জিলাৰ ৫৮ নং চামগুৰি সমষ্টিত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনক লৈ জোৰদাৰ হৈছে ৰাজনৈতিক তৎপৰতা।  যুৱ নেতা নাজীৰ হুছেইনে কয় যে তেওঁ আগন্তুক নিৰ্বাচনত NDA ৰ প্ৰাৰ্থী হিচাপে চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আশা প্ৰকাশ কৰে।
ইয়াৰ লগতে কংগ্ৰেছ দলক কটাক্ষ কৰি নাজীৰ হুছেইনে কয় যে কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক দল, কিন্তু বিজেপিত তেনে প্ৰথা নাই। বিজেপি দলে সদায় ৰাইজৰ ইচ্ছাক অগ্ৰাধিকাৰ দিয়ে বুলিও মন্তব্য কৰে ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    23 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    1 hr ago
  • তেওঁ কয় যে মিচিং সমাজে বহু বছৰৰ পৰা নিজৰ সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰৰ স্বীকৃতি দাবী কৰি অহা আন্দোলনৰ ফলতেই আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্ভৱ হৈছে। ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলৰ বাবে Ali-Aye-Ligang উৎসৱ অতি তাৎপৰ্যপূর্ণ, আৰু ইয়াৰ দিনত ৰাজ্যিক বন্ধ ঘোষণা কৰাটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি এক সন্মান বুলি তেওঁ উল্লেখ কৰে।
    1
    তেওঁ কয় যে মিচিং সমাজে বহু বছৰৰ পৰা নিজৰ সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰৰ স্বীকৃতি দাবী কৰি অহা আন্দোলনৰ ফলতেই আজি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্ভৱ হৈছে। ৰাজ্যৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিংসকলৰ বাবে Ali-Aye-Ligang উৎসৱ অতি তাৎপৰ্যপূর্ণ, আৰু ইয়াৰ দিনত ৰাজ্যিক বন্ধ ঘোষণা কৰাটো তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি এক সন্মান বুলি তেওঁ উল্লেখ কৰে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    53 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.