logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Beharbari Accident* মহানগৰীৰ বেহৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনা সংঘটিত হয় ডাম্পাৰ আৰু চাৰিচকীয়া ৱেগনাৰ বাহনৰ মাজত। Beharbari Accident* মহানগৰীৰ বেহৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনা সংঘটিত হয় ডাম্পাৰ আৰু চাৰিচকীয়া ৱেগনাৰ বাহনৰ মাজত। দাম্পৰৰ নামৰ AS 01 NC 4712 ৱেগনাৰৰ নম্বৰ AS 01 EH 3089 মেঘালয়ৰ পৰা গুৱাহাটীৰ নিজ ঘৰলৈ অহা সময়ত বেহাৰবাৰীৰ উৰণসেতুৰ তলত দুৰ্ঘটনাত পতিত লোকেল কংফুৰ দুই অভিনেতা টনি দেউৰী বসুমতাৰী আৰু জনী দেউৰী। লখৰা দিশৰ পৰা অহা দাম্পৰ আৰু চাৰিচকীয়া বাহন ৱেগনাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুয়োকে বেহৰবাৰীৰ প্ৰাৰ্থনা হস্পিতাললৈ প্ৰেৰণ। সাংবাদিকক মদৰ বটল খুলি চাবলৈ হেঁচা অভিনেতা বনি দেউৰীৰ। নিশা কৰ্তব্যৰত সাংবাদিকৰে তৰ্ক বিতৰ্কতো লিপ্ত হৈ অভিনেতা গৰাকী।

5 days ago
user_NEWS REPORT
NEWS REPORT
Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•

  • user_NEWS REPORT
    NEWS REPORT
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম
    👌
    5 days ago
  • user_NEWS REPORT
    NEWS REPORT
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম
    😡
    5 days ago
More news from অসম and nearby areas
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    21 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    15 hrs ago
  • Post by Nikhil
    1
    Post by Nikhil
    user_Nikhil
    Nikhil
    বজালী, বজালী, অসম•
    23 hrs ago
  • 📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন। 📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।
    1
    📌বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুপাত ৰঙালী বিহু উদযাপন।
📌মুকলি বিহু প্ৰদৰ্শনেৰে সৃষ্টি কৰিলে এক উখল মাখল পৰিৱেশ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
  • Post by MANTAJ Ali
    1
    Post by MANTAJ Ali
    user_MANTAJ Ali
    MANTAJ Ali
    ঠেলামাৰা, শোণিতপুৰ, অসম•
    6 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কিৰাকটাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড যাত্ৰা
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ কিৰাকটাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড যাত্ৰা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    7 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    16 hrs ago
  • 📌বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহৰে উদযাপন কৰা হয় পাৰ'তোলা উৎসৱ। 📌অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়তো অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ'তোলা উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হয় ।
    1
    📌বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহৰে উদযাপন কৰা হয় পাৰ'তোলা উৎসৱ।
📌অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়তো অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ'তোলা উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হয় ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
  • Post by MANTAJ Ali
    1
    Post by MANTAJ Ali
    user_MANTAJ Ali
    MANTAJ Ali
    ঠেলামাৰা, শোণিতপুৰ, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.