Shuru
Apke Nagar Ki App…
চতিয়াৰ ৯৩ সংখ্যক কেন্দ্ৰীয় বহাগী মেলাৰ আজি পতাকা উত্তোলনৰ লগতে লাইখুটা স্থাপন কৰা হয়। অহা ২৮ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বহাগী মেলা।
অঞ্জন শইকীয়া
চতিয়াৰ ৯৩ সংখ্যক কেন্দ্ৰীয় বহাগী মেলাৰ আজি পতাকা উত্তোলনৰ লগতে লাইখুটা স্থাপন কৰা হয়। অহা ২৮ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বহাগী মেলা।
More news from অসম and nearby areas
- Post by অঞ্জন শইকীয়া1
- Post by Tezpur Barta1
- দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাতৰ পাঠদানৰ শুভাৰম্ভ #viral india1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক। জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে। ১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1
- হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% শতাংশ ফলাফলৰ জৰিয়তে পুনৰ উজলিল "চৰকাৰ উইজড'ম ইন্সটিটিউট" "চৰকাৰ উইজড'ম ইন্সটিটিউট" য়ে সফলতাৰে দুটা বছৰ অতিক্ৰম কৰিলে1