Shuru
Apke Nagar Ki App…
ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান
Assam sangbad 24
ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান1
- Post by Tezpur Barta1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক। জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে। ১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1
- তামিলনাডুলৈ যোৱাৰ পথত নিৰুদ্দেশ চামগুৰিৰ এজন লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টেকেলিফুটা গাঁৱৰ ৰবিকুল ইছলাম বহি: ৰাজ্যত নিৰুদ্দেশ। চাৰি সন্তানৰ পিতৃ ৰবিকুল ইছলামৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কৰ্মসূত্ৰে বহি: ৰাজ্যলৈ যোৱাৰ উদ্দেশ্য যোৱা ৯ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল ৰবিকুল ইছলাম। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, তামিলনাডু পোৱাৰ আগতেই লোকজনৰ কোনো সন্ধান পোৱা নাই। চলন্ত ৰে'লৰ পৰা পৰি যোৱা বুলিও লগৰ দুই এজনে অৱগত কৰায় পৰিয়ালৰ লোকক। লোকজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল। আপুনি যদি ফটোত থকা এই ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চামগুৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে। পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে 8724014239 অথবা 90742382611
- ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবা গাঁৱত আজি সংঘটিত হ’ল জঘন্য ঘটনা ৷ আজি গো-ধনৰ ভৰি কাটিলে এটা নৰাধমে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য1