Shuru
Apke Nagar Ki App…
বোকাখাত মহকুমা ন্যায়িক আদালতৰ নতুন ভবন উদ্বোধন।
Hawa singh
বোকাখাত মহকুমা ন্যায়িক আদালতৰ নতুন ভবন উদ্বোধন।
More news from Golaghat and nearby areas
- প্ৰথম দৰ্শনী চলি থাকোতেই দ্বিতীয় দৰ্শনীৰ বাবে দৰ্শকৰ বাহিৰত ভিৰ...... ধন্যবাদ গোলাঘাট নাওঁশলীয়া বাসী ৰাইজ.... নটসূৰ্য থিয়েটাৰ - Natasurjya Theatre1
- গোলাঘাট কেন্দ্ৰীয় লাচিত দিৱস ২০২৪/গীতৰ সন্ধ্যানুষ্ঠান আগবঢ়াব ভাষ্কৰ অপ্সৱেল এ/singer Bhaskar Opswel.1
- গোলাঘাট আধাৰসত্ৰ ৰাস মহোৎসৱত বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দ্বীপজ্যোতি কেওটৰ ৰামধন চৰিত্ৰত অভিনয়ৰ কিছু অংশ আপোনালোকৰ মাজলৈ আগবঢ়ালো। video টো share কৰিব আৰু follow কৰিব। followers highlight Deepjyoti Keot Official Siddhartha Sharma Beharbari Outpost1
- গোলাঘাট জাতীয় বিদ্যালয় গ্ৰন্থাগাৰৰ কাৰ্য্যকলাপ: গ্ৰন্থ আলোচনা। তাৰিখ-২৩/১১/২০২৪ চতুৰ্থ শ্ৰেণীৰ ৰসৰাজ শাখাৰ ছাত্ৰ-ছাত্ৰী সকল।1
- গোলাঘাট সংমণ্ডলৰ এটা হাতী উদ্ধাৰ অভিযান সফলতাৰে সমাপ্ত কৰে।1
- অসম চেম্বাৰ অৱ কমাৰ্চ,গোলাঘাট শাখাৰ উদ্যোগত আজি আয়োজন কৰা হৈছে নাম কীৰ্তন আৰু ভাওনা প্ৰদৰ্শন। তাৰ উপলক্ষ্যে আমি গোলাঘাটৰ ব্যৱসায়ী,বিভিন্ন দল সংগঠন, কলা কৃষ্টি আদি লগত লৈ ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰোঁ। এই শোভাযাত্ৰাত অংক্ষগ্ৰহন কৰি সাফল্যমন্দিত কৰি তোলাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে গোলাঘাট জিলা পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাই। আনফালে শোভাযাত্ৰা মুকলি কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক (নিউজ লাইভ) সমিৰণ দিগন্ত বৰাই।1
- #live ধৰ্মীয় শোভাযাত্ৰা অসম চেম্বাৰ অব কমার্চ গোলাঘাট শাখাৰ উদ্যোগত বার্ষিক নাম প্রসঙ্গ আৰু ডাওনা প্রদর্শন। ১ নং পৌৰবজাৰ এলেকা, এনাজৰী বিবাহ ভৱনৰ সমীপত।1
- বৃহত্তৰ ফলঙনী থুৰাজান মধুবন বাসিৰ হিয়াৰ আমঠু দীপক গগৈ আৰু নাই এই সংসাৰত। গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত থুৰাজান মধুবনৰ সকলোৰে মৰমৰ থুৰাজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক, গোলাঘাট জিলা মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ প্ৰাক্তন সম্পাদক, এসময়ৰ নৱদ্বীপ্ত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক, সমাজ সেৱক, অভিনেতা, সাংস্কৃতিৱান কৰ্মী, তাৰোপৰি তেখেত সৎ সাহসী, নি স্বাৰ্থ আৰু নিকা ভাৱ মূতীয়ে কাম কৰি যোৱা সমাজহিতৈষী এজন ব্যক্তি আছিল।1
- অসম চেম্বাৰ অৱ কমাৰ্চ গোলাঘাট শাখাই ভাওনাৰ লগত সংগতি ৰাখি বাহিৰ কৰা ধৰ্মীয় শোভাযাত্ৰাত কন কন শিশু সকলে মুহিলে অজস্ৰ জনক।।1