▶️ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ৰ সতৰ্কতা আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত। ▶️ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। ▶️ সভাত উপস্থিত থাকে বিধায়ক পুলক গোঁহাই, জিলা উপায়ুক্ত সুমিত চাত্তাৱন, জিলা পৰিষদৰ উপ-সভানেত্ৰী চিত্ৰলেখা দুৱৰা চুনা আৰু অন্যান্য জনপ্ৰতিনিধি। ▶️ আঞ্চলিক পঞ্চায়তৰ সভাপতি, সমজিলা আয়ুক্ত, খাদ্য নিগম (FCI), খাদ্য সুৰক্ষা বিভাগ আৰু পৌৰসভাৰ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে। ▶️ ৰাজহুৱা বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, ফলপ্ৰসূ আৰু দায়বদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ। ▶️ হিতাধিকাৰীসকলে যাতে সময়মতে চৰকাৰী খাদ্য সামগ্ৰী আৰু সুবিধা লাভ কৰে, সেই বিষয়ত বিশেষ আলোচনা। ▶️ বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি আৰু জনসাধাৰণক উন্নত সেৱা প্ৰদানৰ বাবে বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা হয়। ▶️ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ৰ সতৰ্কতা আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত। ▶️ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। ▶️ সভাত উপস্থিত থাকে বিধায়ক পুলক গোঁহাই, জিলা উপায়ুক্ত সুমিত চাত্তাৱন, জিলা পৰিষদৰ উপ-সভানেত্ৰী চিত্ৰলেখা দুৱৰা চুনা আৰু অন্যান্য জনপ্ৰতিনিধি। ▶️ আঞ্চলিক পঞ্চায়তৰ সভাপতি, সমজিলা আয়ুক্ত, খাদ্য নিগম (FCI), খাদ্য সুৰক্ষা বিভাগ আৰু পৌৰসভাৰ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে। ▶️ ৰাজহুৱা বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, ফলপ্ৰসূ আৰু দায়বদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ। ▶️ হিতাধিকাৰীসকলে যাতে সময়মতে চৰকাৰী খাদ্য সামগ্ৰী আৰু সুবিধা লাভ কৰে, সেই বিষয়ত বিশেষ আলোচনা। ▶️ বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি আৰু জনসাধাৰণক উন্নত সেৱা প্ৰদানৰ বাবে বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা হয়।
▶️ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ৰ সতৰ্কতা আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত। ▶️ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। ▶️ সভাত উপস্থিত থাকে বিধায়ক পুলক গোঁহাই, জিলা উপায়ুক্ত সুমিত চাত্তাৱন, জিলা পৰিষদৰ উপ-সভানেত্ৰী চিত্ৰলেখা দুৱৰা চুনা আৰু অন্যান্য জনপ্ৰতিনিধি। ▶️ আঞ্চলিক পঞ্চায়তৰ সভাপতি, সমজিলা আয়ুক্ত, খাদ্য নিগম
(FCI), খাদ্য সুৰক্ষা বিভাগ আৰু পৌৰসভাৰ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে। ▶️ ৰাজহুৱা বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, ফলপ্ৰসূ আৰু দায়বদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ। ▶️ হিতাধিকাৰীসকলে যাতে সময়মতে চৰকাৰী খাদ্য সামগ্ৰী আৰু সুবিধা লাভ কৰে, সেই বিষয়ত বিশেষ আলোচনা। ▶️ বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি আৰু জনসাধাৰণক উন্নত সেৱা প্ৰদানৰ বাবে বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা হয়। ▶️
তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ৰ সতৰ্কতা আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত। ▶️ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। ▶️ সভাত উপস্থিত থাকে বিধায়ক পুলক গোঁহাই, জিলা উপায়ুক্ত সুমিত চাত্তাৱন, জিলা পৰিষদৰ উপ-সভানেত্ৰী চিত্ৰলেখা দুৱৰা চুনা আৰু অন্যান্য জনপ্ৰতিনিধি। ▶️ আঞ্চলিক পঞ্চায়তৰ সভাপতি, সমজিলা আয়ুক্ত, খাদ্য নিগম (FCI),
খাদ্য সুৰক্ষা বিভাগ আৰু পৌৰসভাৰ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে। ▶️ ৰাজহুৱা বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, ফলপ্ৰসূ আৰু দায়বদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ। ▶️ হিতাধিকাৰীসকলে যাতে সময়মতে চৰকাৰী খাদ্য সামগ্ৰী আৰু সুবিধা লাভ কৰে, সেই বিষয়ত বিশেষ আলোচনা। ▶️ বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি আৰু জনসাধাৰণক উন্নত সেৱা প্ৰদানৰ বাবে বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা হয়।
- বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ। বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ।1
- 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।1
- মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী। জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।1
- দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ : দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই। অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।4
- চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলং ক্ষতিগ্ৰস্ত বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ লগতে মথুৰাপুৰ, লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।1
- চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।4
- Ananya Birla অসমৰ বানাক্ৰান্ত মাজত এই দৰে মানুহৰ আবেগৰ লগত আবেগিক হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।1
- টেঙাপুখুৰীত নিশা বান পৰিস্থিতিৰ পৰ্যালোচনা আয়ুক্ত নেহা যাদৱৰ শুক্ৰবাৰে চৰাইদেউৰ দিজৈখনাৰ বাঢ়নী পানীয়ে টেঙাপুখুৰীত কিছু পানী বৃদ্ধি পোৱাত নিশা জিলাৰ আয়ুক্তৰ টেঙাপুখুৰী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ।1