Shuru
Apke Nagar Ki App…
মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী। জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।
Shyam Jadhav
মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী। জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।
More news from অসম and nearby areas
- মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী। জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।1
- বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ। বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ।1
- 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।1
- বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ1
- চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলং ক্ষতিগ্ৰস্ত বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ লগতে মথুৰাপুৰ, লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।1
- Ananya Birla অসমৰ বানাক্ৰান্ত মাজত এই দৰে মানুহৰ আবেগৰ লগত আবেগিক হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।1
- শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন | শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।1
- দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ : দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই। অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।4