Shuru
Apke Nagar Ki App…
বিশ্বনাথৰ বালি পুখুৰীত নকল সোণ জব্দ।
KHABAR 24 BISWANATH
বিশ্বনাথৰ বালি পুখুৰীত নকল সোণ জব্দ।
More news from অসম and nearby areas
- বিশ্বনাথৰ বালি পুখুৰীত নকল সোণ জব্দ।1
- ♦️গুৰুতৰভাৱে অসুস্থ ইউ বি ফটোজৰ নাৰায়ণপুৰৰ সাংবাদিক গোপাল গুৱালা। ♦️উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অথবা গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ। ♦️প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ। ♦️মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান পত্নী আৰু ভাতৃৰ। ♦️আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 8822881768 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।1
- Post by Debojit Kumar Bordoloi1
- Post by Assam sangbad 241
- Nagaon Big Breaking নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড। চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই। স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহন খন পথৰ কাষৰৰ পুখুৰীলৈ ঠেলি পঠিয়াই। ঘটনাত কোনো লোক হতাহত হোৱা নাই। বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে অগ্নিদগ্ধ বাহনখন1
- ঐতিহাসিক বিশ্ব ঐতিহ্য স্থান চৰাইদেউ মৈদামক্ষেত্ৰত ৯, ১০,১১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱ । আজি মহোৎসৱৰ দ্বিতীয় দিন । দ্বিতীয় দিনা কাৰ্যসূচী হিচাবে ঐতিহাসিক লাংকুৰি দেওশালৰ পৰা মৈদামক্ষেত্ৰলৈ হাতীত উঠি স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰতিকৃ এক শোভাযাত্ৰা কৰে । ইয়াৰ পাছতে বিভিন্ন থলুৱা খেলৰ আয়োজন কৰা হয়1
- Post by Swapamaiar1
- অহা ১৬,১৭ আৰু ১৮ জানুৱাৰীত বিশ্বনাথ চাৰিআলিৰ মঘাই ওজা বাকৰিত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশন।1