শিৱসাগৰত শাসকীয় দলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নাজিৰাৰ আঞ্চলিক পঞ্চায়ত সদস্যাৰঃ ত্যাগ কৰিলে দলীয় মজিয়া শিৱসাগৰৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ শাসকীয় দলৰ বিৰুদ্ধে! বিগত পাঁচ বছৰ দলৰ মজিয়াত সেৱাই আগবঢ়াই অহাৰ পিছতেই যোগদান কৰিবলগীয়া হ'ল আন এটি ৰাষ্ট্ৰীয় দলত।দলীয় মজিয়াত বিভিন্ন সেৱা আগবঢ়াই অহাৰ পিছতো কিয় এনে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিবলগীয়া হ'ল? সেই সন্দৰ্ভত প্ৰাক্তন সদস্যা গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ উল্লেখ কৰা মতে, নিষ্ঠাৰে দলৰ কাম কৰি অহাৰ পাছতো উচিত গুৰুত্ব বা মূল্যায়ন লাভ নকৰাৰ বাবে তেওঁ অতিষ্ঠ হৈ এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়। বিশেষকৈ শাসকীয় দলটোৰ ভিতৰচ’ৰাত চলা কিছুমান নীতি-নিয়ম আৰু উপেক্ষাৰ বলি হোৱাৰ বাবেই তেওঁ অন্য এক ৰাষ্ট্ৰীয় দলৰ পতাকা হাতত তুলি লয়।আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীৰ এই পদক্ষেপে এতিয়া নাজিৰাৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে।

- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- Happy rongali bihu ❤️🩹1
- Post by Charaideo news1
- Post by Majuli Update1
- উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ বাবে যাৱতীয় লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।1
- আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।1
- kiman bhayanak hobo pare1
- সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সকীয়নি অসমত অনা অসমীয়াৰ দাদাগিৰি ন’চলিব। চৰকাৰে অনা অসমীয়াক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা প্ৰদান কৰিছে , চৰকাৰে ইহঁতক সুৰক্ষা প্ৰদান কৰিছে। কিন্তু অসমীয়া জাতিৰ অস্তিত্বৰ কথা আহিলে অসমীয়াই যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰে। সংবাদমাধ্যমৰ যোগেদি সকীয়নি অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসৰ1