Shuru
Apke Nagar Ki App…
মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই একত্ৰিতভাৱে গৰু বিহু পালন আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।
Tinsukia TIME
মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই একত্ৰিতভাৱে গৰু বিহু পালন আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।
More news from অসম and nearby areas
- আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।1
- kiman bhayanak hobo pare1
- আধুনিকতাৰ ধামখুমীয়াত ক্ৰমে হেৰাই যাব ধৰিছে বিহুৰ লগত জৰিত বহু সমল । যান্ত্ৰিকতাৰ মাজত লুপ্ত হৈছে কড়ি খেলো । বহাগৰ উৰুকাৰ দিনা সামৰা হয় এই খেল । চৰাইদেউ জিলাৰ কেইবাখনো গাঁৱত আয়োজন কৰা হয় এই কড়ি খেল1
- Happy rongali bihu ❤️🩹1
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- Post by Assam Update1
- উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ বাবে যাৱতীয় লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।1
- তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷1