logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিধায়ক নুৰুল হুদাই আজি জুৰীয়া মাছ বজাৰৰ গৃহৰ মেৰামতি আধাৰশিলা স্থাপন কৰে জুৰীয়া মাছ বজাৰৰ প্ৰবেশ পথৰ বাবে বিধায়কে দিলে ধন। পাছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব মাছ বজাৰৰ মূল পথটি। মাছ বজাৰৰ গৃহৰ মেৰামতিৰ আধাৰশিলা স্থাপন কৰি এই ঘোষণা বিধায়ক নুৰুল হুদাৰ

on 12 March
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency Rupahi, Nagaon•
on 12 March

বিধায়ক নুৰুল হুদাই আজি জুৰীয়া মাছ বজাৰৰ গৃহৰ মেৰামতি আধাৰশিলা স্থাপন কৰে জুৰীয়া মাছ বজাৰৰ প্ৰবেশ পথৰ বাবে বিধায়কে দিলে ধন। পাছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব মাছ বজাৰৰ মূল পথটি। মাছ বজাৰৰ গৃহৰ মেৰামতিৰ আধাৰশিলা স্থাপন কৰি এই ঘোষণা বিধায়ক নুৰুল হুদাৰ

More news from অসম and nearby areas
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    45 min ago
  • মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৱিত্ৰ বুখাৰী পাঠ কৰে অল আচাম তালীমি তৰক্কী বৰ্ডৰ পৰীক্ষা সচীব মৌলানা আহমেদ হুছেইন কাছিমীয়ে আজি পৱিত্ৰ বুখাৰী পাঠৰ জৰিয়তে পাঠদান কাৰ্যসূচী আৰম্ভ কৰে মাদ্ৰাছা খনে উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ ভাল খবৰৰ লগতে এক সুনালী সুযোগ । আপুনি আপোনাৰ কন্যা সন্তানটি স্কুলীয়া শিক্ষাৰ লগতে দ্বীনি শিক্ষা দিব বিচাৰে নেকি ? তেনেহলে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই । ৰূপহী হাটৰ কাৱৈমাৰী স্থিত সুখ্যাতি অৰ্জন কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান খনৰ নাম হৈছে দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাত ২০০৯ চনত স্হাপিত হোৱা অনুষ্ঠান খনৰ পৰা প্ৰতি বছৰেই শিক্ষাৰ্থী সকলে সুখ্যাতিৰে আলিমা ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়। উক্ত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে অতি কম দিনৰ ভিতৰতে স্পষ্টতাৰে ইংৰাজী, উৰ্দু , আৰবী, অসমীয়া আদি বিভিন্ন ভাষাত বক্তৃতাৰ লগতে বাৰ্তালাপ কৰিব পাৰে । লক্ষ্যণীয় যে উক্ত মাদ্ৰাছাখনত ২০২৬/২৭ বৰ্ষৰ নামভৰ্তি অতি শীঘ্ৰেই সমাপ্ত হ'ব বুলি মাদ্ৰাছা কতৃপক্ষই জানিব দিয়ে গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক মাদ্ৰাছা কতৃপক্ষৰ সৈতে কিয়নো আসনৰ সংখ্যা সীমিত। মাদ্ৰাছাখনত শিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তাত থকা খোৱাৰ সু-ব্যৱস্থা উপলব্ধ আছে বুলি জানিব পৰা গৈছে। উক্ত মাদ্ৰাছা খনত শিক্ষাৰ্থীৰ হাৰ অধিক হোৱাৰ বাবে নতুনকৈ এখন বিল্ডিংৰ কাম চলি থকা পৰিলক্ষিত হৈছে গতিকে উক্ত বিল্ডিংৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনায় মাদ্ৰাছা কতৃপক্ষই নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ 6397644743 নম্বৰত যোগাযোগ কৰিব পাৰে ।
    1
    মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৱিত্ৰ বুখাৰী পাঠ কৰে অল আচাম তালীমি তৰক্কী বৰ্ডৰ পৰীক্ষা সচীব মৌলানা আহমেদ হুছেইন কাছিমীয়ে
আজি পৱিত্ৰ বুখাৰী পাঠৰ জৰিয়তে পাঠদান কাৰ্যসূচী আৰম্ভ কৰে মাদ্ৰাছা খনে
উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ ভাল খবৰৰ লগতে এক সুনালী সুযোগ ।
আপুনি আপোনাৰ কন্যা সন্তানটি স্কুলীয়া শিক্ষাৰ লগতে দ্বীনি শিক্ষা দিব বিচাৰে নেকি ? 
তেনেহলে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই ।
ৰূপহী হাটৰ কাৱৈমাৰী স্থিত সুখ্যাতি অৰ্জন কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান খনৰ নাম হৈছে দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাত
২০০৯ চনত স্হাপিত হোৱা অনুষ্ঠান খনৰ পৰা প্ৰতি বছৰেই শিক্ষাৰ্থী সকলে সুখ্যাতিৰে আলিমা ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়।
উক্ত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে অতি কম দিনৰ ভিতৰতে স্পষ্টতাৰে ইংৰাজী, উৰ্দু , আৰবী, অসমীয়া আদি বিভিন্ন ভাষাত বক্তৃতাৰ লগতে বাৰ্তালাপ কৰিব পাৰে ।
লক্ষ্যণীয় যে উক্ত মাদ্ৰাছাখনত ২০২৬/২৭ বৰ্ষৰ নামভৰ্তি অতি শীঘ্ৰেই সমাপ্ত হ'ব বুলি মাদ্ৰাছা কতৃপক্ষই জানিব দিয়ে 
গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক মাদ্ৰাছা কতৃপক্ষৰ সৈতে কিয়নো আসনৰ সংখ্যা সীমিত।
মাদ্ৰাছাখনত শিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তাত থকা খোৱাৰ সু-ব্যৱস্থা উপলব্ধ আছে বুলি জানিব পৰা গৈছে।
উক্ত মাদ্ৰাছা খনত শিক্ষাৰ্থীৰ হাৰ অধিক হোৱাৰ বাবে নতুনকৈ এখন বিল্ডিংৰ কাম চলি থকা পৰিলক্ষিত হৈছে 
গতিকে উক্ত বিল্ডিংৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনায় মাদ্ৰাছা কতৃপক্ষই 
নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ 6397644743 নম্বৰত যোগাযোগ কৰিব পাৰে ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাতৰ পাঠদানৰ শুভাৰম্ভ #viral india
    1
    দাৰুল হাদিছ মাৰ্কাজুল  উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাতৰ পাঠদানৰ শুভাৰম্ভ 
#viral india
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    5 hrs ago
  • সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক। জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে। ১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।
    1
    সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ  ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক।
জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে।
১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • Post by Tezpur Barta
    1
    Post by Tezpur Barta
    user_Tezpur Barta
    Tezpur Barta
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    20 hrs ago
  • 🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    1 hr ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ ময়দানত ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাৰম্ভণী
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ ময়দানত ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাৰম্ভণী
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    14 min ago
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% শতাংশ ফলাফলৰ জৰিয়তে পুনৰ উজলিল "চৰকাৰ উইজড'ম ইন্সটিটিউট" "চৰকাৰ উইজড'ম ইন্সটিটিউট" য়ে সফলতাৰে দুটা বছৰ অতিক্ৰম কৰিলে
    1
    হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% শতাংশ ফলাফলৰ জৰিয়তে পুনৰ উজলিল "চৰকাৰ উইজড'ম ইন্সটিটিউট"
"চৰকাৰ উইজড'ম ইন্সটিটিউট" য়ে সফলতাৰে দুটা বছৰ অতিক্ৰম কৰিলে
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.