বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়; দলীয় কাৰ্যালয়ত অনুষ্ঠিত এই শোকাকুল অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে জিলা বিজেপিৰ বহুসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মী আৰু অগণন গুণমুগ্ধই উপস্থিত থাকি প্ৰয়াত নাৰ্জাৰীক পুস্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে, য'ত সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰি প্ৰয়াত নাৰ্জাৰীৰ এনে অকাল বিয়োগে অঞ্চলটোৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি মাতি আনিলে বুলি মন্তব্য প্ৰকাশ কৰে।

- বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়; দলীয় কাৰ্যালয়ত অনুষ্ঠিত এই শোকাকুল অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে জিলা বিজেপিৰ বহুসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মী আৰু অগণন গুণমুগ্ধই উপস্থিত থাকি প্ৰয়াত নাৰ্জাৰীক পুস্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে, য'ত সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰি প্ৰয়াত নাৰ্জাৰীৰ এনে অকাল বিয়োগে অঞ্চলটোৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি মাতি আনিলে বুলি মন্তব্য প্ৰকাশ কৰে।1
- ৰঙিয়াৰ বড়িগোগত কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰিত ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা সম্পন্ন ৰঙিয়াৰ বড়িগোগৰ কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰণ কৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা আজি অনুষ্ঠিত কৰা হয়। স্থানীয় বড়িগোগ গাওঁ পঞ্চায়তৰ খেলপথাৰত অহা ৩ আৰু ৪ ছেপ্টেম্বৰত নাট প্ৰদৰ্শন কৰিব নাট্য দলটোৱে। থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি অক্ষয় কলিতাৰ সভাপতিত্বত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বড়িগোগ হাইস্কুলৰ প্ৰধান শিক্ষক আফজাল আহমেদে অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে টিকট উন্মোচন কৰে। পৰিচালনা সমিতিৰ সম্পাদক বীৰেন কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দিপাংকৰ শৰ্মা, সচিব প্ৰাণজিৎ ভূঞাৰ লগতে শিক্ষক চুৰেন কলিতা,দিলীপ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। একেখন মঞ্চতে কোষাধ্যক্ষ যোগেন কলিতা, ৰিংকু ঠাকুৰীয়া প্ৰমুখ্যে উদ্যোক্তা সমিতিৰ আন কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নাট্যদলটোৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত মহাযুদ্ধৰ খলনায়িকা , মনালিছাৰ চিৎকাৰ নাট দুখনে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।1
- আজিৰে পৰা দৌলাশাল কানাই ব'লাই আদি থান সত্ৰত তিনিদিনীয়া ভাগৱত পাঠ1
- মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ।1
- ৰক্ষাবন্ধনক লৈ বৰপেটা ৰোডত উছাহ, ৰাখী কিনিবলৈ বজাৰত ভিৰ ৰক্ষাবন্ধনলৈ মাজত কেইটামান দিন বাকী থকা সময়তে বৰপেটা ৰোডৰ বজাৰসমূহত উৎসৱৰ উছাহ মুখৰ পৰিৱেশ। বিভিন্ন দোকানত ৰঙ-বিৰঙৰ আধুনিক আৰু পৰম্পৰাগত ডিজাইনৰ ৰাখী উপলব্ধ হোৱাত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। ভগ্নীসকলে ভাতৃৰ বাবে পছন্দৰ ৰাখী ক্ৰয় কৰিবলৈ বজাৰলৈ অহাৰ ফলত চহৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।1
- নাজিৰাত চোলা মণ্ডল ইনভেষ্টমেণ্ট ফাইনেন্স কোম্পানীৰ ফালৰ পৰা বান সাহায্য বিতৰণ শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ কৰি আজি নাজিৰাৰ হুলাংকাটনীত বান পীড়িত ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। চোলা ফাইনেন্স কোম্পানীৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR) ৰ ফালৰ পৰা ৫০লাখ টকাৰ এটা পেকেজ পাই ১২৫০ পৰিয়ালৰ মূখত হাঁহি বিৰিঙাই তুলিবৰ কাৰণে প্ৰয়াস কৰিছে। চোলা মণ্ডল ইনভেষ্টমেণ্ট ফাইনেন্স কোম্পানী এটা সমাজৰ লগত জড়িত থকা এটা কোম্পানী যেতিয়াই ৰাইজৰ মাজলৈ দূৰ্যোগ আহে ফাইনেন্স কোম্পানী হিচাপে সদায় থাকে। ৰাইজে যিমান দিছে কোম্পানীয়েও তাৰ বাবদ ৰাইজক যিমান পাৰি সহায় কৰি যাবলৈ যত্ন কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত কয়।1
- শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ ! ঈশ্বৰক প্ৰাৰ্থনা জনাইছো পৃথিৱী শান্ত কৰা ।1
- বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ Big breaking বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷1