Shuru
Apke Nagar Ki App…
তিনিচুকীয়াসমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডেভিদ ফুকনৰ সংবাদমেল তিনিচুকীয়াত কংগ্ৰেছ প্ৰাৰ্থী ডেভিদ ফুকনৰ জনতাৰ প্ৰতি আবেদন তিনিচুকীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডেভিদ ফুকনে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক এক গুৰুত্বপূর্ণ আবেদন জনায়। তেওঁ কয় যে আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত যদি তিনিচুকীয়াৰ জনতাই তেওঁক ভোট প্ৰদান কৰি জয়যুক্ত কৰে, তেন্তে তেওঁ সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন সাধন আৰু ৰাইজৰ সকলো সমস্যাৰ সমাধানৰ বাবে দায়বদ্ধভাৱে কাম কৰিব। লগতে তেওঁ এই প্ৰতিশ্ৰুতি জনাই যে জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাটো তেওঁৰ প্ৰধান লক্ষ্য হ’ব।
Tinsukia TIME

More news from অসম and nearby areas
- তিনিচুকীয়াত কংগ্ৰেছ প্ৰাৰ্থী ডেভিদ ফুকনৰ জনতাৰ প্ৰতি আবেদন তিনিচুকীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডেভিদ ফুকনে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক এক গুৰুত্বপূর্ণ আবেদন জনায়। তেওঁ কয় যে আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত যদি তিনিচুকীয়াৰ জনতাই তেওঁক ভোট প্ৰদান কৰি জয়যুক্ত কৰে, তেন্তে তেওঁ সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন সাধন আৰু ৰাইজৰ সকলো সমস্যাৰ সমাধানৰ বাবে দায়বদ্ধভাৱে কাম কৰিব। লগতে তেওঁ এই প্ৰতিশ্ৰুতি জনাই যে জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাটো তেওঁৰ প্ৰধান লক্ষ্য হ’ব।1
- In this village 3No. Dibrujan nearly 400 voters are there every time we vote for the betterment of our area but No government pays attention to the problem of our village road .It becomes very difficult for all the common public special during the rainy season. village:- Dibrujan No. 3 (ward No. 29) panchayat:- Barmahajan Mouja:- Buri Dihing Constituency:- Margherita ( Digboi) MLA :- Rameswar teli ( BJP)1
- Post by Biswajit Don1
- চৰাইদেউ জিলাৰ লাকুৱা থানা তিনিআলিত থকা ডাকঘৰত নিশা দুৰ্বৃত্তই চুৰি কৰি নিলে ইনভাৰটাৰৰ বেটেৰি আৰু লকাৰৰ টকা ৷ আৰক্ষীক গোচৰ ডাকঘৰৰ কৰ্তৃপক্ষৰ1
- ♦️ বিহুলৈ সাজু চৰাইদেউ সমন্বয় বিহুদল। ♦️কেইবাটাও পুৰণি বিহুনাম লৈ আপোনাৰ কাষৰ বিহুমঞ্চত অনুষ্ঠান পৰিবেশনৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। 🔴 চৰাইদেউ সমন্বয় বিহু দলক চাবলৈ পেজটো Follow কৰাৰ লগতে চাই থকা ভিডিঅ'টো এবাৰ চেয়াৰ কৰিবলৈ নাপাহৰিব।1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপক ভূঞাই সমগ্ৰ শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই ব্যক্ত কৰে মনৰ অনুভৱ1
- বিজেপিৰ ৪৭ তম্ প্ৰতিষ্ঠা দিৱসৰ দিনাই পুনৰ বিজেপিৰ কাৰ্যালয়ত শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগৰৰ ৫ নং আৰু ৯ নং ৱাৰ্ড সহ ১৫০+ ব্যক্তিৰ বৃহৎ যোগদান কাৰ্যসূচী সফলভাৱে সম্পন্ন হয় ৷ বিৰোধীৰ মিছা প্ৰতিশ্ৰুতি আৰু ভ্ৰষ্ট ৰাজনীতিত বিতুষ্ট হৈ বহুতো যুৱক-যুৱতী, সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ যে, ৰাইজৰ এই নিৰন্তৰ বিশ্বাস আৰু সমৰ্থনে শিৱসাগৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক অধিক উৎসাহিত কৰি তুলিছে ৷ উক্ত যোগদান কাৰ্য্যসূচীত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক মুখপাত্ৰদ্বয় ক্ৰমে কল্যাণ গগৈ আৰু সুভাষ দত্ত ৷3
- নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ মাকুম বিধানসভা সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ ৷ মাকুমৰ জ্যোতিনগৰ খেলপথাৰত গৌৰৱ গগৈয়ে সম্বোধন কৰে প্ৰচাৰ সভাত। সভাৰ পৰা কংগ্ৰেছৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে তিনিচুকীয়া জিলাখনত কেইবাটাও সমষ্টি লাভ কৰিব বুলি উল্লেখ কৰে সভাপতি গৌৰৱ গগৈয়ে ।1