Shuru
Apke Nagar Ki App…
ফুটবল খেল চাবলৈ টিকট কাটি, সেই টিকটত লাভ কৰিলে পুৰষ্কাৰ
ৰূপহী অসম দৈনিক
ফুটবল খেল চাবলৈ টিকট কাটি, সেই টিকটত লাভ কৰিলে পুৰষ্কাৰ
- User10232Nagaon, Assam👏on 29 December
- BkHojai, Assam👏on 16 December
More news from Sonitpur and nearby areas
- ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হৈছে সৰস্বতী দেৱীৰ পূজাঃ উপস্থিত ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱ মুণি দাস1
- ये इंग्लैंड की तस्वीर है ! सीज़फायर के 100 हो गए फिर भी आतंकी इसराइल गाज़ा पर बमबारी कर रहा है, फिलिस्तीनियों का क़त्ल कर रहा है! Ceasefire के बावजूद भी आतंकी इसराइल 136 बच्चों का कत्ल कर दिया, कई पत्रकारों की जान ले ली! क्या आतंकी इसराइल के लिए कानून नहीं??1
- তিতাবৰৰ যুৱক সকলৰ মাজত আজিয়ে পৰা তিতাবৰ কাচজান চাহ বাগিচাৰ খেল পথাৰত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে তিতাবৰ টেনিছ ক্ৰিকেট প্ৰিমীয়াৰ লিগ| এই প্ৰিমীয়াৰ লিগত তিতাবৰৰ ১০ টা দলে অংশগ্ৰহণ কৰিছে।1
- সমগ্ৰ অসমৰ লগতে ছয়গাঁও মহাবিদ্যালয়টো সৰস্বতী পূজা উদযাপন। ৰাতিপুৱাৰে পৰা ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই পূজা ভাগ। দুপৰীয়াৰ ভাগত নাম প্ৰসংগৰ আয়োজন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে।1
- পৰিয়ালত ৩ গৰাকী ব্ৰিটিছ নাগৰিক থকা, ভালকৈ অসমীয়া ক'বও নজনা শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ ৰাইজৰ আদৰৰ নেতা, মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াক চিনি নোপোৱাটো স্বাভাৱিক কথা।1
- শিৱসাগৰৰ আমোলাপট্টিৰ ৪৮ বছৰীয়া এটি সামাজিক অনুষ্ঠান শিৱসাগৰ জ্যোতি সংঘই স্থানীয় ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীসৰস্বতী পূজাৰ লগত সংগতি ৰাখি শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যৰে আয়োজন কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত নিম্ন শাখাত কবি নৱকান্ত বৰুৱাৰ "ৰস আৰু ৰং" শীৰ্ষক কবিতাটো অতি সুন্দৰকৈ আবৃত্তি কৰি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা ইউকেজিত অধ্যয়নৰত শিশু শিল্পী ৰিপাঞ্চী শৰ্মা ভৰদ্বাজ ৷ লগতে কণমানি শিল্পীগৰাকীয়ে মিউজিক চেয়াৰ প্ৰতিযোগিতাত প্ৰথম আৰু সাধাৰণ জ্ঞানত দ্বিতীয় স্থান দখল কৰে ৷2
- শিৱসাগৰৰ বকতা নঙলামৰা গড়মূৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক বকতা সমন্বয় গ্ৰন্থ উৎসৱ৷ ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক অসম সমন্বয় ২০২৬বঁটা প্ৰদান৷ বকতা নঙলামৰা গড়মূৰ ৰাজহুৱা খেলপথাৰত যোৱা ২০ জানুৱাৰী পৰা অনুষ্ঠিত হৈ আহিছে পঞ্চম বাৰ্ষিক বকতা সমন্বয় গ্ৰন্থ উৎসৱ৷ এই গ্ৰন্থ উৎসৱৰ সৈতে সংগতি গ্ৰন্থ উৎসৱৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী৷ গ্ৰন্থ উৎসৱত উপস্থিত থাকে ৰহস্য সম্ৰাট, সাহিত্যিক,লেখক ৰঞ্জু হাজৰিকা৷ তেখেতলৈ প্ৰদান কৰা হয় অসম সমন্বয় ২০২৬বঁটা৷ ৰঞ্জু হাজৰিকাৰ জীৱনৰ বহু অভিজ্ঞতা তথা তেওঁৰ লেখনিৰ সন্দৰ্ভত নিজৰ বক্তব্য দাঙি ধৰে ৰাইজৰ আগত। গ্ৰন্থ উৎসৱত উপস্থিত থাকে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই৷1
- নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ তম্ জন্মজয়ন্তীৰ উপলক্ষে ঠেলামৰাত বাঙালী পৰিষদ অসমৰ উদ্যোগত সাংস্কৃতিক শোভাযাত্ৰা1