logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাঁৱত কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান । মৰিগাঁও জিলা কৃষি বিভাগৰ ঊদ্দোগত CSS_ ATMA আচনিৰ অধীনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কৃষক মেলা । কৃষক মেলাৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে। কৃষি বিভাগৰ প্ৰদৰ্শনীৰ উদ্দ্যোধনী অনুষ্ঠানত মৰিগাঁৱৰ গৌৰৱ ৰাষ্ট্ৰপতি ৰ দ্বাৰা আমন্ত্ৰিত কৃষক দম্পতী ৰাজু মনি ভূঞা আৰু জুন্টি মনি ভূঞাক সম্বৰ্ধনা জনায়। আনহাতে জিলা খনৰ ১২ গৰাকী উদ্দ্যমী মহিলাক সম্বৰ্ধনা জনাই অনুপ্ৰেৰণা যোগায়।

on 12 March
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
on 12 March

মৰিগাঁৱত কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান । মৰিগাঁও জিলা কৃষি বিভাগৰ ঊদ্দোগত CSS_ ATMA আচনিৰ অধীনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কৃষক মেলা । কৃষক মেলাৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে। কৃষি বিভাগৰ প্ৰদৰ্শনীৰ উদ্দ্যোধনী অনুষ্ঠানত মৰিগাঁৱৰ গৌৰৱ ৰাষ্ট্ৰপতি ৰ দ্বাৰা আমন্ত্ৰিত কৃষক দম্পতী ৰাজু মনি ভূঞা আৰু জুন্টি মনি ভূঞাক সম্বৰ্ধনা জনায়। আনহাতে জিলা খনৰ ১২ গৰাকী উদ্দ্যমী মহিলাক সম্বৰ্ধনা জনাই অনুপ্ৰেৰণা যোগায়।

More news from Assam and nearby areas
  • 📌বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ৷ 📌নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক-উৎপল শৰ্মা৷
    1
    📌বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ৷
📌নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক-উৎপল শৰ্মা৷
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    16 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • ৰূপহীহাটৰ তাৰাবাৰি বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত ৭টা দোকানৰ লগতে ৪টা বাইক জুইত ভস্মীভূত হয় । এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নোমাবলৈ সক্ষম হয়।
    1
    ৰূপহীহাটৰ তাৰাবাৰি বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।
অগ্নিকাণ্ডত ৭টা দোকানৰ লগতে ৪টা বাইক জুইত ভস্মীভূত হয় ।
এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নোমাবলৈ সক্ষম হয়।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    2 hrs ago
  • বন্ধু বানিয়ে নিলাম আশা করি আপনি আমাকে বন্ধু বানিয়ে নেবেন আমন্ত্রণ রইল 💖💖💖💖💖💖
    1
    বন্ধু বানিয়ে নিলাম আশা করি আপনি আমাকে বন্ধু বানিয়ে নেবেন আমন্ত্রণ রইল 💖💖💖💖💖💖
    user_Salman Hussain
    Salman Hussain
    Mill Owner Doboka, Hojai•
    14 hrs ago
  • गुवाहाटी इस्लामपुर स्थित हाजी मुसाफिरखाना से 18 तारीख को पहले हाजियों का दल मक्का की और गुवाहाटी एयरपोर्ट से रवाना होंगे #Newsreport #NationalNews
    1
    गुवाहाटी इस्लामपुर स्थित हाजी मुसाफिरखाना से 18 तारीख को पहले हाजियों का दल मक्का की और गुवाहाटी एयरपोर्ट से रवाना होंगे
#Newsreport #NationalNews
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    12 hrs ago
  • গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
    1
    গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
    user_Sangbad365
    Sangbad365
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    14 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.