logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলিয়া কুলিটিৰ হিয়াভৰা বিননীত বসন্তৰ আগমন— প্ৰকৃতিৰ বুকুত সেউজীয়া আশা পুনৰ জীয়াই উঠে। গছৰ ডালত নতুন কুঁহিপাত, ফুলেৰে ভৰি উঠে পথাৰ, বতাহত ভাঁহি ফুৰে মিঠা সুৰ, মনটো হয় উজ্বল আৰু উল্লাসেৰে ভৰা। এই বসন্তে আনক সুখ, শান্তি আৰু নতুন স্বপ্নৰ বতৰা— জীৱন হওক সেউজীয়া, মৰমেৰে ভৰা, সদায় নতুন আশা ....

9 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
9 hrs ago

কলিয়া কুলিটিৰ হিয়াভৰা বিননীত বসন্তৰ আগমন— প্ৰকৃতিৰ বুকুত সেউজীয়া আশা পুনৰ জীয়াই উঠে। গছৰ ডালত নতুন কুঁহিপাত, ফুলেৰে ভৰি উঠে পথাৰ, বতাহত ভাঁহি ফুৰে মিঠা সুৰ, মনটো হয় উজ্বল আৰু উল্লাসেৰে ভৰা। এই বসন্তে আনক সুখ, শান্তি আৰু নতুন স্বপ্নৰ বতৰা— জীৱন হওক সেউজীয়া, মৰমেৰে ভৰা, সদায় নতুন আশা ....

More news from অসম and nearby areas
  • আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    1
    আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।
গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে।
আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন।
জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম।
সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    19 hrs ago
  • আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    4 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবা গাঁৱত আজি সংঘটিত হ’ল জঘন্য ঘটনা ৷ আজি গো-ধনৰ ভৰি কাটিলে এটা নৰাধমে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবা গাঁৱত আজি সংঘটিত হ’ল জঘন্য ঘটনা ৷ আজি গো-ধনৰ ভৰি কাটিলে এটা নৰাধমে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    4 hrs ago
  • যাৰ ফলত যাতায়াতত অসুবিধা হৈছে। আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে। Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।
    1
    যাৰ ফলত যাতায়াতত অসুবিধা হৈছে।
আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    13 hrs ago
  • AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report
    1
    AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत
#News report
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    4 hrs ago
  • #KunkhiChoudhury #AssamPolitics #Election2026 #BreakingNews #AssamNews #Axom #ViralNews #TrendingNow #PoliticalDrama
    1
    #KunkhiChoudhury #AssamPolitics #Election2026 #BreakingNews #AssamNews #Axom #ViralNews #TrendingNow #PoliticalDrama
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    23 hrs ago
  • গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কাঠপাৰাত অভিযান চলাই আটক কৰে ডকাইত ইজাজুল হকক। যোৱা সোমবাৰে কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰীৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত। ৰাইজৰ গণ প্ৰহাৰৰ বলি হৈ চিকিৎসালয়ত মৃত্যু হৈছিল তিনি ডকাইতৰ আন কেইবাজনো ডকাইত ৰাইজৰ বেহু ফালি পলায়ন কৰিছিল উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰে ডকাইত ইজাজুল হকক । অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত ডকাইতটোক জেৰা অব্যাহত ৰাখিছে।
    1
    গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কাঠপাৰাত অভিযান চলাই আটক কৰে ডকাইত ইজাজুল হকক। 
যোৱা সোমবাৰে কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰীৰ ঘৰত ১০-১২ জনীয়া  ডকাইতৰ দলে চলাইছিল লুট-পাত। 
ৰাইজৰ গণ প্ৰহাৰৰ বলি হৈ চিকিৎসালয়ত মৃত্যু হৈছিল তিনি ডকাইতৰ আন কেইবাজনো ডকাইত ৰাইজৰ বেহু ফালি পলায়ন কৰিছিল 
উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰে ডকাইত ইজাজুল হকক ।
অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত ডকাইতটোক জেৰা অব্যাহত ৰাখিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    19 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    20 hrs ago
  • असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    1
    असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.