Shuru
Apke Nagar Ki App…
সুতিৰপাৰ জামা মছজিদত ৰূপহী হাট বিধান পৰিষদৰ অগপৰ সভাপতি জাকিৰ হুছেইন ফৰাজীৰ ইফতাৰ পাৰ্টী। নিৰ্বাচনৰ আগমুহূৰ্তত ইফতাৰ পাৰ্টি আয়োজন কৰি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা বিজেপি মিত্ৰজোঁটৰ সাম্ভাব্য প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজীৰ। ৰূপহী হাট বিধানসভা সমষ্টিত এই বাৰ ভোটাৰ ৰাইজ চৰকাৰৰ লগত থাকিব। কংগ্ৰেছ আৰু AIUDF ক এই বাৰ ৰূপহী হাট সমষ্টিৰ পৰা ৰাইজে বিদায় দিব। ৰাইজে এই বাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰি দিছপুৰ পঠাব।
ৰূপহী অসম দৈনিক
সুতিৰপাৰ জামা মছজিদত ৰূপহী হাট বিধান পৰিষদৰ অগপৰ সভাপতি জাকিৰ হুছেইন ফৰাজীৰ ইফতাৰ পাৰ্টী। নিৰ্বাচনৰ আগমুহূৰ্তত ইফতাৰ পাৰ্টি আয়োজন কৰি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা বিজেপি মিত্ৰজোঁটৰ সাম্ভাব্য প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজীৰ। ৰূপহী হাট বিধানসভা সমষ্টিত এই বাৰ ভোটাৰ ৰাইজ চৰকাৰৰ লগত থাকিব। কংগ্ৰেছ আৰু AIUDF ক এই বাৰ ৰূপহী হাট সমষ্টিৰ পৰা ৰাইজে বিদায় দিব। ৰাইজে এই বাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰি দিছপুৰ পঠাব।
More news from অসম and nearby areas
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক। জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে। ১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1
- তামিলনাডুলৈ যোৱাৰ পথত নিৰুদ্দেশ চামগুৰিৰ এজন লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টেকেলিফুটা গাঁৱৰ ৰবিকুল ইছলাম বহি: ৰাজ্যত নিৰুদ্দেশ। চাৰি সন্তানৰ পিতৃ ৰবিকুল ইছলামৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কৰ্মসূত্ৰে বহি: ৰাজ্যলৈ যোৱাৰ উদ্দেশ্য যোৱা ৯ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল ৰবিকুল ইছলাম। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, তামিলনাডু পোৱাৰ আগতেই লোকজনৰ কোনো সন্ধান পোৱা নাই। চলন্ত ৰে'লৰ পৰা পৰি যোৱা বুলিও লগৰ দুই এজনে অৱগত কৰায় পৰিয়ালৰ লোকক। লোকজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল। আপুনি যদি ফটোত থকা এই ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চামগুৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে। পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে 8724014239 অথবা 90742382611
- Post by Tezpur Barta1
- আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান1
- সোনাইঘাট চলচলিত চৰকাৰী পঞ্জীয়নভুক্ত ট্ৰেভেল এজেন্সীৰ কাউন্টাৰৰ পৰা টিকত সংগ্ৰহ কৰক আৰু নিচিন্ত মনেৰে যাত্ৰা কৰক। এই কাউন্টাৰৰ পৰা AC যুক্ত চুপাৰ বাছৰো সুবিধা আছে। আপুনি বহিঃৰাজ্যলৈ যাত্ৰা কৰাৰ পুৰ্বে এশবাৰ ভাৱক আৰু যাত্ৰা সুনিশ্চিত কৰক! ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠা কাউন্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি ইতিমধ্যে বহু যাত্ৰী বিপদত পৰিছে। অনলাইন যোগে বাছৰ টিকট বিক্ৰী কৰি এচাম অসাধু চক্ৰই বিপদত পেলাইছে বহু যাত্ৰীক। সেয়ে বিভাগীয় লাইচেন্স প্ৰাপ্ত ট্ৰেভেল এজেন্সিৰ গাড়ীৰে যাত্ৰা সুনিশ্চিত কৰক! আৰু মহা আৰামেৰে বহিঃ ৰাজ্যলৈ যাত্ৰা কৰক।1