কলগাছিয়াৰ আজমল ছুপাৰ ৪০ বৃহৎ সফলতা ফলাফলত কৃতিত্বৰ ধাৰা অব্যাহত। ছাত্ৰ ছাত্ৰীৰ ফুলাম গামোচা,ফুলেৰ মালা আৰু জাপিৰে সম্বৰ্ধনা জনায়। বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন। এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে মুনছেৰ আলী 90.2% (451) শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল 89.8% ( 449 ) নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী 89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী 89.6% (448) আৰু জয় হাজৰিকা 89.0% (445) নাইমা নাছৰীন 89.0% (445) ৰুহুল আমিন 88.8% (444) মুছকান আফিয়া খানম 88.2% (441) হাবিবা ফাৰজানা আহমেদ 87.8% (439) জাবিৰ হুছেইন খান 87.4% (437) আঞ্জুম শবনম 87.0% (435) মেহেৰুল ইছলাম 86.4% (432) সৌৰভ দাস 86.4% (432) নুৰ জান্নাত আহমেদ 86.2% (431) লিটন মণ্ডল 86.0% (430) সাকিব আক্তাৰ আহমেদ ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে। বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে। স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব। এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।

- বৰপেটা জিলাৰ কলগাছিয়াস্থিত আজমল ছুপাৰ ৪০ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ফলাফল প্ৰদৰ্শন কৰি সমগ্ৰ অঞ্চলটোত আনন্দৰ বতৰা বিয়পাইছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এই সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই শিক্ষানুষ্ঠানখনৰ মানদণ্ড, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ সহযোগিতাৰো এক সুন্দৰ প্ৰতিফলন। এইবাৰৰ ফলাফলত শুহানা পাৰবীন 90.4% (452 ) সৰ্বোচ্চ ৯০.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ শীৰ্ষস্থান দখল কৰে। তেওঁৰ এই অসাধাৰণ সফলতাই সহপাঠীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰিছে। তেখেতৰ পিছতে মুনছেৰ আলী 90.2% (451) শতাংশ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত থাকে। একেদৰে জাইদ ইকবাল 89.8% ( 449 ) নম্বৰ লাভ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ আন কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উল্লেখযোগ্য ফলাফল প্ৰদৰ্শন কৰে। ৰবীয়াল আলী 89.8% (449) শতাংশ নম্বৰ লাভ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। ওয়াজকুৰুণী 89.6% (448) আৰু জয় হাজৰিকা 89.0% (445) নাইমা নাছৰীন 89.0% (445) ৰুহুল আমিন 88.8% (444) মুছকান আফিয়া খানম 88.2% (441) হাবিবা ফাৰজানা আহমেদ 87.8% (439) জাবিৰ হুছেইন খান 87.4% (437) আঞ্জুম শবনম 87.0% (435) মেহেৰুল ইছলাম 86.4% (432) সৌৰভ দাস 86.4% (432) নুৰ জান্নাত আহমেদ 86.2% (431) লিটন মণ্ডল 86.0% (430) সাকিব আক্তাৰ আহমেদ ( 85.4)শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধি কৰে। বিদ্যালয়খনৰ অধ্যক্ষই কয় যে এই সফলতা আচলতে ছাত্ৰ-ছাত্ৰীৰ কঠোৰ অধ্যৱসায়, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰন্তৰ দিহা-নির্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ ফল। তেওঁ সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক উন্নত ফলাফল লাভ কৰাৰ বাবে উৎসাহ দিয়ে। স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে বিদ্যালয়খনৰ এই সাফল্যক উষ্ম আদৰণি জনাইছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে যে আগন্তুক সময়তো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে একেধৰণে সফলতাৰ ধাৰা অব্যাহত ৰাখিব আৰু অঞ্চলটোৰ নাম উজলাই ৰাখিব। এই সফল ফলাফল কেৱল এখন বিদ্যালয়ৰ জয়গান নহয়, ই সমগ্ৰ কলগাছিয়া অঞ্চলৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ এক স্পষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে।1
- Post by Arshad Ali1
- ⭕চিকিৎসক হৈ বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। ⭕ HS পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।1
- বৰপেটাৰ বহৰিৰ সাহিদ আলীৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। আপুনিও জনাওক শুভেচ্ছা।1
- Post by Hii1
- Post by Mithun Rabha4
- বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰত নিৰ্মাণাধীন 'আয়ুষ্মান আৰোগ্য মন্দিৰ'ৰ কামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিপুল দাস নামৰ এজন ঠিকাদাৰৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটোৰ কাম অতি নিম্নমানৰ হোৱা বুলি ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।2
- H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।1