সোণাৰিত ৰাজ্য চৰকাৰৰ “অসম দৰ্শন আঁচনি”ৰ অধীনত নামঘৰ, মন্দিৰ আৰু গুৰুদ্বাৰাসমূহৰ উন্নয়নৰ বাবে চেক বিতৰণ ভাৰতীয় জনতা পাৰ্টিৰ সোণাৰি মণ্ডল কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ “অসম দৰ্শন আঁচনি”ৰ অধীনত নামঘৰ, মন্দিৰ আৰু গুৰুদ্বাৰাসমূহৰ উন্নয়নৰ বাবে চেক বিতৰণ কাৰ্যসূচী সম্পন্ন । এই আঁচনিয়ে আমাৰ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহৰ উন্নয়নত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত চেক বিতৰণ কাৰ্যসূচীত চৰাইদেউ জিলাৰ সভানেত্ৰী নিতুমণি প্ৰধান, সোণাৰি মণ্ডলৰ সভাপতি নন্দকিশোৰ বৰাইক, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈৰ লগতে দলীয় বিষয়ববীয়া আৰু কৰ্য্যকৰ্তা সকল উপস্থিত থাকে। সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণে অনুষ্ঠানটো অধিক সফল কৰি তোলে। ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে সমাজৰ সামগ্ৰিক উন্নয়নৰ দিশত এই পদক্ষেপে নিশ্চয়েই ইতিবাচক ফলাফল কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। #AssamDarshan #Sonari #Charaideo #BJP #Development
সোণাৰিত ৰাজ্য চৰকাৰৰ “অসম দৰ্শন আঁচনি”ৰ অধীনত নামঘৰ, মন্দিৰ আৰু গুৰুদ্বাৰাসমূহৰ উন্নয়নৰ বাবে চেক বিতৰণ ভাৰতীয় জনতা পাৰ্টিৰ সোণাৰি মণ্ডল কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ “অসম দৰ্শন আঁচনি”ৰ অধীনত নামঘৰ, মন্দিৰ আৰু গুৰুদ্বাৰাসমূহৰ উন্নয়নৰ বাবে চেক বিতৰণ কাৰ্যসূচী সম্পন্ন । এই আঁচনিয়ে আমাৰ
ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহৰ উন্নয়নত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত চেক বিতৰণ কাৰ্যসূচীত চৰাইদেউ জিলাৰ সভানেত্ৰী নিতুমণি প্ৰধান, সোণাৰি মণ্ডলৰ সভাপতি নন্দকিশোৰ বৰাইক, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈৰ লগতে
দলীয় বিষয়ববীয়া আৰু কৰ্য্যকৰ্তা সকল উপস্থিত থাকে। সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণে অনুষ্ঠানটো অধিক সফল কৰি তোলে। ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে সমাজৰ সামগ্ৰিক উন্নয়নৰ দিশত এই পদক্ষেপে নিশ্চয়েই ইতিবাচক ফলাফল কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। #AssamDarshan #Sonari #Charaideo #BJP #Development
- Happy rongali bihu ❤️🩹1
- Post by Charaideo news1
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- আজি গৰু বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াটো পালন কৰিছে গৰু বিহু ৷ তিনিচুকীয়া মাকুমৰ জ্যোতিনগৰত বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও একত্ৰিত হৈ উদযাপন কৰিছে গৰুবিহু। জ্যোতিনগৰৰ টিংৰাই নৈত একত্ৰিত হৈ পুৱাই গৰুক গা ধুৱাই পালন কৰে গৰু বিহু ।1
- kiman bhayanak hobo pare1
- Post by Majuli Update1
- উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ বাবে যাৱতীয় লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।1
- bimol borah ❤️🩹2