Shuru
Apke Nagar Ki App…
Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
News 16 Northeast
Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
More news from অসম and nearby areas
- Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে। *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব1
- মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মানস জ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি: ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবী শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি, সাহসী যুৱক মানস জ্যোতি চেতিয়া অস্বাভাৱিক মৃত্যুক লৈ মৰিগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। এই সন্দৰ্ভত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ উদ্যোগত মৰিগাঁও চহৰৰ মাজমজিয়াত এক বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত মৰিগাঁও জিলা বীৰ লাচিত সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত সতীৰ্থ মানস জ্যোতি চেতিয়া প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। জিলা সমিতিৰ মূল দাবিসমূহ: উচ্চ পৰ্যায়ৰ তদন্ত: শিমলুগুৰিৰ সাহসী যুৱ নেতাগৰাকীৰ অস্বাভাৱিক আৰু ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু দ্ৰুত তদন্ত সম্পন্ন কৰিব লাগিব। দোষীক দৃষ্টান্তমূলক শাস্তি: এই ঘটনাৰ আঁৰত থকা প্ৰতিগৰাকী অপৰাধীক অনতিপলমে চিনাক্ত কৰি কঠোৰতম আইনী শাস্তি প্ৰদান কৰিব লাগিব। ন্যায় প্ৰদানৰ দাবী: প্ৰয়াত মানস জ্যোতি বৰাৰ শোকসন্তপ্ত পৰিয়ালক প্ৰশাসনে শীঘ্ৰে উচিত ন্যায় প্ৰদান কৰিব লাগিব।1
- আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মিলাদ-উন-নবী। 'মিলাদ-উন-নবী' উপলক্ষে মুছলমান লোকসকলৰ ৰাজপথত সমদল। 📍 Nakhuti Area (Sarkey Basti)1