logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বজাৰত দাম বাঢ়িলে যদি কোনোবা যদি বিক্রী হয় তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ

7 hrs ago
user_Lalukor Batori
Lalukor Batori
Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
7 hrs ago

বজাৰত দাম বাঢ়িলে যদি কোনোবা যদি বিক্রী হয় তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ

More news from অসম and nearby areas
  • তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ
    1
    তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই!
লুৰিণ জ্যোতি গগৈ
    user_Lalukor Batori
    Lalukor Batori
    Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    7 hrs ago
  • ব্যক্তিগত প্ৰচেষ্টাত হোজাই ত এখন  গৌ শালা প্ৰস্তুত হল হোজাই টেলিবস্তিত।
    1
    ব্যক্তিগত প্ৰচেষ্টাত হোজাই ত এখন  গৌ শালা প্ৰস্তুত হল হোজাই টেলিবস্তিত।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    20 hrs ago
  • ​শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।
    4
    ​শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
  • ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷
    2
    ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে  অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    12 hrs ago
  • Tumar Nilim Kotha//Topon Tamuli
    1
    Tumar Nilim Kotha//Topon Tamuli
    user_Topon Tamuli Musical
    Topon Tamuli Musical
    Singer শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
  • বহু বছৰৰ পিছত নিজৰ গাৱঁৰ পথ সমূহ লাভ কৰি উৎফুল্লিত গাওঁবাসী। বাকৰি দলনী গাওঁপঞ্চায়ত আৰু চত্ৰং পঞ্চায়তৰ মুঠ ৬ টা পথৰ শুভাৰম্ভমি কৰে হেলেম(ক) জিলা পৰিষদৰ সদস্য নিৰন হাজৰিকাই।
    1
    বহু বছৰৰ পিছত নিজৰ গাৱঁৰ পথ সমূহ লাভ কৰি উৎফুল্লিত গাওঁবাসী। বাকৰি দলনী গাওঁপঞ্চায়ত আৰু চত্ৰং পঞ্চায়তৰ মুঠ ৬ টা পথৰ শুভাৰম্ভমি কৰে হেলেম(ক) জিলা পৰিষদৰ সদস্য নিৰন হাজৰিকাই।
    user_NORTH EAST KHABAR
    NORTH EAST KHABAR
    Local News Reporter গহপুৰ, বিশ্বনাথ, অসম•
    18 hrs ago
  • ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ। প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    1
    ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক।
গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক।
উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    23 min ago
  • ​ৰাজ্যিক ৰাজনীতিৰ উখল-মাখলৰ মাজতে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতা তথা ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী জাকিৰ হুছেইনে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ৰঙানদী সমষ্টিৰ বিষ্ণুপুৰত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ এই মন্তব্য কৰে।
    1
    ​ৰাজ্যিক ৰাজনীতিৰ উখল-মাখলৰ মাজতে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতা তথা ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী জাকিৰ হুছেইনে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ৰঙানদী সমষ্টিৰ বিষ্ণুপুৰত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ এই মন্তব্য কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.