logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাজুলীত আকৰ্ষণীয় হৈছে বিজেপি- কংগ্ৰেছৰ  নিৰ্বাচনী যুঁজ :  একেদিনাই ৪ খনকৈ প্ৰচাৰ সভাত অংশ গ্ৰহণ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ। মাজুলী সমষ্টিৰ বিজেপি টিকত বঞ্চিত বিতোপন দলে আৰু হেমচন্দ্ৰ দলেৰ ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ। ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ পৰমানন্দ চাৰেঙিয়াৰ। মাজুলীত  নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ তুংগত: বিজেপি চৰকাৰ আহিলে সাংসদ পূজিত হোৱা অনিয়মৰ বাবে গৌৰৱ গগৈৰ ওপৰত কৰিব তদন্ত ৰতনপুৰ মিৰি, নামনি চেৰেপাই নয়াবজাৰ আৰু জেংৰাইমূখত নিৰ্বাচনী প্ৰচাৰ সভা। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৯৮নং মাজুলী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ সভা তুংগত উঠিছে। শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ভূৱন গামে  উজনি মাজুলীৰ জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ লগতে চাৰিখনকৈ  নিৰ্নাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।  সভাত বিজেপি দলৰ প্ৰাৰ্থী ভূৱন গামে ৰাইজক উদ্দেশ্যি কয় যে,  বিজেপি চৰকাৰৰ কাৰ্যকালত কোনো উৎকোচ নিদিয়াকৈ যুৱক-যুৱতীসকলে চৰকাৰী চাকৰি লাভ কৰিছে। কেৱল  জেংৰাইমুখৰ পৰা  ৭০ গৰাকীৰো অধিক লোকে এটকা নিদিয়াকৈ চাকৰি লাভ কৰিলে যিটো কথাক লৈ আমি গৌৰৱ কৰিছো । তদুপৰি মাজুলী জিলা হ'ল,যোৰহাট-মাজুলী সংযোগী দলং হ'ল, চেলেক-ৱূনাগুৰি দলং হ'ল,মাজুলীৰ গলিয়ে গলিয়ে ৰাষ্টা হ'ল কিন্তু কংগ্ৰেছৰ দিনত কি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে। ইপিনে সদনত কথা কব জনা আৰু নজনা প্ৰসংগ উত্থাপন কৰি পুনৰ কয় যে,২০২৪ চনৰ লোক সভা নিৰ্বাচনৰ সময়ত সদনত কথা কব জনা বুলি গৌৰৱ গগৈক ভোট দিছিল কিন্তু গৌৰৱ গগৈয়ে কি কাম কৰিব পাৰিছে বুলি কটাক্ষ কৰে। কৰতিপাৰ গাঁও পঞ্চায়তৰ এলেকাত ৰূপায়ণ কৰা সাংসদ পুঁজিৰ প্ৰকল্পত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি পুনৰ বিজেপি চৰকাৰ আহিলে তদন্ত কৰোৱা হ'ব সদৰি কৰে ।

10 hrs ago
user_SANJIT SAIKIA
SANJIT SAIKIA
Video Creator মাজুলী, মাজুলী, অসম•

More news from অসম and nearby areas
  • বিজেপিয়ে ৯০ খনতকৈ অধিক আসন পাব কিন্তু কংগ্ৰেছে এইবাৰ ১৫ খনতকৈ কম আসন হে লাভ কৰিব। মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয় খন স্থাপন কৰিছিল শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে ৰাজনীতি কৰিবৰ বাবে নহয় কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে  ৰাজনীতি কৰিছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক লৈ। নিৰ্বাচনৰ পিছত প্ৰফেচাৰ সকলে যাতে চাকৰি ত্যগ নকৰাকৈ ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আনিব আইন। অখিল গগৈ নিৰ্বাচন উঠক মই একদম বেয়া নাপাওঁ।
    2
    বিজেপিয়ে ৯০ খনতকৈ অধিক আসন পাব কিন্তু কংগ্ৰেছে এইবাৰ ১৫ খনতকৈ কম আসন হে লাভ কৰিব।
মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয় খন স্থাপন কৰিছিল শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে ৰাজনীতি কৰিবৰ বাবে নহয় কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে  ৰাজনীতি কৰিছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক লৈ।
নিৰ্বাচনৰ পিছত প্ৰফেচাৰ সকলে যাতে চাকৰি ত্যগ নকৰাকৈ ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আনিব আইন।
অখিল গগৈ নিৰ্বাচন উঠক মই একদম বেয়া নাপাওঁ।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    10 hrs ago
  • চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।
    1
    চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    1 hr ago
  • শিৱসাগৰৰ আমগুৰিৰ বৰুৱা পুখুৰীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ ৰাজনৈতিক সমালোচনা আগবঢ়ায়। উক্ত সভাত তেওঁ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিশেষকৈ কুশল দুৱৰীক তেওঁ 'হত্যাকাৰী' আখ্যা দি আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ লগতে মুখ্যমন্ত্রীৰ সৈতে তেওঁৰ টেলিফোনিক বাৰ্তালাপ হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰা কাৰ্যক লৈ বিধায়কগৰাকীয়ে 'অসম লাইভ ২৪' আৰু 'NB নিউজ'ৰ দৰে সংবাদ মাধ্যমক কঠোৰ সকীয়নি প্ৰদান কৰে।
    2
    শিৱসাগৰৰ আমগুৰিৰ বৰুৱা পুখুৰীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ ৰাজনৈতিক সমালোচনা আগবঢ়ায়। উক্ত সভাত তেওঁ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিশেষকৈ কুশল দুৱৰীক তেওঁ 'হত্যাকাৰী' আখ্যা দি আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ লগতে মুখ্যমন্ত্রীৰ সৈতে তেওঁৰ টেলিফোনিক বাৰ্তালাপ হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ কৰা কাৰ্যক লৈ বিধায়কগৰাকীয়ে 'অসম লাইভ ২৪' আৰু 'NB নিউজ'ৰ দৰে সংবাদ মাধ্যমক কঠোৰ সকীয়নি প্ৰদান কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    7 hrs ago
  • বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰচাৰ অভিযান। শাসক বিৰোধী সকলোৱে ব্যস্ত প্ৰচাৰ কাৰ্য্যত। বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্য্য।
    1
    বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে প্ৰচাৰ অভিযান।
শাসক বিৰোধী সকলোৱে ব্যস্ত প্ৰচাৰ কাৰ্য্যত।
বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্য্য।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    2 hrs ago
  • চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰাৰ্থী জ্ঞানদীপ মহনে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।
    1
    চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা  বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থীৰ  নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰাৰ্থী জ্ঞানদীপ মহনে।
উক্ত অনুষ্ঠানত চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে । বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।
    1
    বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । 
এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে ।
বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।
    user_Asom khobor(অসম খবৰ)
    Asom khobor(অসম খবৰ)
    Local News Reporter বিশ্বনাথ, বিশ্বনাথ, অসম•
    2 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    12 hrs ago
  • Bitupan Doley secetory BJP assam Majuli election meeting কংগ্ৰেছে অসম খন শংকৰ - আজানৰ অসম বুলি ব্যখ্যা দিব বিচাৰে কিন্তু অসম খন শংকৰ আজানৰ অসম নহয়-। অসম শংকৰ -মাধৱ আৰু বিষ্ণু-জ্যোতি আৰু ভূপেন হাজৰিকা- জুবিন গাৰ্গৰ অসম বুলিহে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সম্পাদক বিতোপন দলে কয়।
    4
    Bitupan Doley
secetory BJP assam
Majuli election meeting
কংগ্ৰেছে অসম খন শংকৰ - আজানৰ অসম বুলি ব্যখ্যা দিব বিচাৰে কিন্তু অসম খন শংকৰ আজানৰ অসম নহয়-। অসম শংকৰ -মাধৱ আৰু বিষ্ণু-জ্যোতি আৰু ভূপেন হাজৰিকা- জুবিন গাৰ্গৰ অসম বুলিহে সংবাদ মাধ্যমৰ  আগত ৰাজ্যিক সম্পাদক বিতোপন দলে কয়।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.