Shuru
Apke Nagar Ki App…
কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিং বিশ্বনাথত উপস্থিত হৈ কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য। #NewsUpdate #BreakingNews #election2026 #assam #Biswanath #Congress
KHABAR 24 BISWANATH
কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিং বিশ্বনাথত উপস্থিত হৈ কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য। #NewsUpdate #BreakingNews #election2026 #assam #Biswanath #Congress
More news from অসম and nearby areas
- বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে । বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।1
- Post by KHABAR 24 BISWANATH1
- ধিংত AIUDF ৰ শক্তিশালী ৰণশিঙা — ওৱাইছীৰ উপস্থিতিত উন্মাদনা1
- বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই প্ৰায় এক হাজাৰ লোকৰ উপস্থিতিত কলিয়াবৰ সমষ্টিত নতুন কৈ অন্তৰ্ভুক্ত হোৱা গাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেশৱ মহন্তক তীব্ৰ সমালোচনা কৰে কলিয়াবৰত এইবাৰ কেশৱ মহন্তৰ দূৰ্গ এচপৰা এচপৰা কলিয়াবৰৰ ৰাইজে খহাব বুলি মন্তব্য ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰতিপ কুমাৰ বৰুৱাৰ1
- গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অনিল শইকীয়াৰ উদ্দাত্ত কণ্ঠৰ ভাষণ। এই সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নাজিৰ হুছেইনে। লগতে উপস্থিত থাকে বিজেপি নেতা আনোৱাৰ হুছেইন ডন। ২০২৬ বৰ্ষত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব সেয়ে সকলোকে বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই।1
- MAJULI BREAKING মাজুলী মাজৰ দেউৰী গাৱঁত লোহমৰ্ষক ঘটনা। এগৰাকী মহিলাক ডিঙি কাতি হত্যা। জেংৰাইমূখ থানাৰ অন্তৰ্গত মাজৰ দেউৰী গাৱঁত এই শোকাবহ ঘটনা। ডিঙি কাতি হত্যা মহিলাগৰাকী নাম নিকিতা দাস। ঘৰত কোনো নথকা অৱস্থাত ডিঙি কাতি হত্যা কৰে মহিলা গৰাকীক। কোনে হত্যা কৰিলে মহিলা গৰাকীক জানিব পৰা হোৱা নাই। মহিলা গৰাকীক জেংৰাই চিকিৎসালয়ত ভৰ্তী কৰিছিল যদিও মৃত্যু হয় মহিলা গৰাকী আৰক্ষীৰ অনুসন্ধানৰ পিছত হে কোনে কি কাৰনে হত্যা কৰিলে জানিব পৰা যাব4
- ইয়াৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি আজিজুৰ ৰহমান(বিল্লা), লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমানৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনৰ কংগ্ৰেছ দলৰ সকলো বিষয়বাৱৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে পৰিবেশ উত্তাল কৰি তোলে ।আনহাতে দলত্যাগ কৰা কংগ্ৰেছ কৰ্মী সকলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক সমৰ্থন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে3
- দিপালী কলিতা,ডিফলু বেলুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী শ্বমীমা ইয়াচমিন লগতে প্ৰায় তিনি শতাধিক BJP ৰ তৃণমূল কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত। দেওবাৰে অনুষ্ঠিত হোৱা সভাত প্ৰাই দুই হাজাৰ ৰাইজ উপস্থিত থাকে। বিগত 2020 চনত তৃণমূল পৰ্যায়ৰ এইজন প্ৰভাৱ শালী ও নিষ্ঠাবান কৰ্মী আজিজুল ইছলাম খানে বহু গৰাকী নিষ্ঠাবান কৰ্মীক লগত লৈ যোগ দিছিল BJP দলত। BJP দলত কাৰ্যাকৰতাৰ সন্মান নাই । BJPদলত শ্ৰেণী হিচাপত সন্মান দিযা হয় বুলি অভিযোগ তুলি আজি বহু ৰাইজৰ উপস্থিতি আজিজুল ইছলাম খানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীখন হাজী জাফৰ আলীৰ সভাপতিত্বত সভাত উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন,চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন, NSUI National সভাপতি আৰু ৰাজ্যিক NSUI সভাপতি উপস্থিত থাকে।3