logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চামগুৰি সমষ্টিৰ দক্ষিণ খাটোৱাল পঞ্চায়তৰ অন্তৰ্গত তাৰাবাৰিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অনিল শইকীয়াৰ উদ্দাত্ত কণ্ঠৰ ভাষণ। এই সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নাজিৰ হুছেইনে। লগতে উপস্থিত থাকে বিজেপি নেতা আনোৱাৰ হুছেইন ডন। ২০২৬ বৰ্ষত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব সেয়ে সকলোকে বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই।

10 hrs ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency ৰূপাহী, নগাঁও, অসম•
10 hrs ago

চামগুৰি সমষ্টিৰ দক্ষিণ খাটোৱাল পঞ্চায়তৰ অন্তৰ্গত তাৰাবাৰিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অনিল শইকীয়াৰ উদ্দাত্ত কণ্ঠৰ ভাষণ। এই সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নাজিৰ হুছেইনে। লগতে উপস্থিত থাকে বিজেপি নেতা আনোৱাৰ হুছেইন ডন। ২০২৬ বৰ্ষত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব সেয়ে সকলোকে বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই।

More news from অসম and nearby areas
  • ইয়াৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি আজিজুৰ ৰহমান(বিল্লা), লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমানৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনৰ কংগ্ৰেছ দলৰ সকলো বিষয়বাৱৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে পৰিবেশ উত্তাল কৰি তোলে ।আনহাতে দলত্যাগ কৰা কংগ্ৰেছ কৰ্মী সকলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক সমৰ্থন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে
    3
    ইয়াৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি আজিজুৰ ৰহমান(বিল্লা), লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমানৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনৰ কংগ্ৰেছ দলৰ সকলো বিষয়বাৱৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে পৰিবেশ উত্তাল কৰি তোলে ।আনহাতে দলত্যাগ কৰা কংগ্ৰেছ কৰ্মী সকলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক সমৰ্থন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    37 min ago
  • ধিংত AIUDF ৰ শক্তিশালী ৰণশিঙা — ওৱাইছীৰ উপস্থিতিত উন্মাদনা
    1
    ধিংত AIUDF ৰ শক্তিশালী ৰণশিঙা — ওৱাইছীৰ উপস্থিতিত উন্মাদনা
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    49 min ago
  • বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই‌ প্ৰায় এক হাজাৰ লোকৰ উপস্থিতিত কলিয়াবৰ সমষ্টিত নতুন কৈ অন্তৰ্ভুক্ত হোৱা গাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেশৱ মহন্তক তীব্ৰ সমালোচনা কৰে কলিয়াবৰত এইবাৰ কেশৱ মহন্তৰ দূৰ্গ এচপৰা এচপৰা কলিয়াবৰৰ ৰাইজে খহাব বুলি মন্তব্য ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰতিপ কুমাৰ বৰুৱাৰ
    1
    বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই‌ প্ৰায় এক হাজাৰ লোকৰ উপস্থিতিত কলিয়াবৰ সমষ্টিত নতুন কৈ অন্তৰ্ভুক্ত হোৱা গাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেশৱ মহন্তক তীব্ৰ সমালোচনা কৰে
কলিয়াবৰত এইবাৰ কেশৱ মহন্তৰ দূৰ্গ এচপৰা এচপৰা কলিয়াবৰৰ ৰাইজে খহাব বুলি মন্তব্য ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰতিপ কুমাৰ বৰুৱাৰ
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    57 min ago
  • 👉আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ প্ৰস্তুতি বৰ্তমান তুংগত উঠিছে। 👉নিৰ্বাচনী সময়চোৱাত জিলাখনৰ শান্তি-শৃংখলা আৰু আইন-ব্যৱস্থা যাতে কোনো কাৰণতে বিঘ্নিত নহয়, সেই উদ্দেশ্য আগত ৰাখি আজি ইং ২৮ মাৰ্চ,২০২৬ তাৰিখে, জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী পাৰ্থ প্ৰতিম দাস, ভাঃআঃসেঃ ডাঙৰীয়াই চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। 👉পৰিদৰ্শনৰ ধাৰাবাহিকতাৰ অংশ হিচাপে আজিৰ এই পৰিদৰ্শনকালত জিলা আয়ুক্ত মহোদয়ে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লৰিমুখ অঞ্চলত স্থানীয় লোকৰ সৈতে মত-বিনিময়ত মিলিত হয়। আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু আইনসংগতভাৱে অনুষ্ঠিত কৰিবলৈ তেওঁ ৰাইজৰ পৰা সক্ৰিয় সহযোগিতা কামনা কৰাৰ লগতে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ স্থানীয় লোকসকলক নিৰ্ভয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ ল’বলৈ আশ্বাস প্ৰদান কৰাৰ লগতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সমন্বয় ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়াইও অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসন সদায় সষ্টম থকাৰ কথা দোহাৰে।
    1
    👉আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ প্ৰস্তুতি বৰ্তমান তুংগত উঠিছে। 
👉নিৰ্বাচনী সময়চোৱাত জিলাখনৰ শান্তি-শৃংখলা আৰু আইন-ব্যৱস্থা যাতে কোনো কাৰণতে বিঘ্নিত নহয়, সেই উদ্দেশ্য আগত ৰাখি আজি ইং ২৮ মাৰ্চ,২০২৬ তাৰিখে, জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী পাৰ্থ প্ৰতিম দাস, ভাঃআঃসেঃ ডাঙৰীয়াই চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। 
👉পৰিদৰ্শনৰ ধাৰাবাহিকতাৰ অংশ হিচাপে আজিৰ এই পৰিদৰ্শনকালত জিলা আয়ুক্ত মহোদয়ে চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লৰিমুখ অঞ্চলত স্থানীয় লোকৰ সৈতে মত-বিনিময়ত মিলিত হয়। আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু আইনসংগতভাৱে অনুষ্ঠিত কৰিবলৈ তেওঁ ৰাইজৰ পৰা সক্ৰিয় সহযোগিতা কামনা কৰাৰ লগতে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ স্থানীয় লোকসকলক নিৰ্ভয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ ল’বলৈ আশ্বাস প্ৰদান কৰাৰ লগতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সমন্বয় ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 
একেদৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়াইও অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসন সদায় সষ্টম থকাৰ কথা দোহাৰে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অনিল শইকীয়াৰ উদ্দাত্ত কণ্ঠৰ ভাষণ। এই সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নাজিৰ হুছেইনে। লগতে উপস্থিত থাকে বিজেপি নেতা আনোৱাৰ হুছেইন ডন। ২০২৬ বৰ্ষত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব সেয়ে সকলোকে বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই।
    1
    গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অনিল শইকীয়াৰ উদ্দাত্ত কণ্ঠৰ ভাষণ।
এই সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নাজিৰ হুছেইনে। লগতে উপস্থিত থাকে বিজেপি নেতা আনোৱাৰ হুছেইন ডন। ২০২৬ বৰ্ষত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব সেয়ে সকলোকে বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • জুড়িয়া কলোনি জালা কংগ্রেসের মিটিং
    1
    জুড়িয়া  কলোনি জালা কংগ্রেসের মিটিং
    user_Abul Bashar
    Abul Bashar
    ডবকা, হোজাই, অসম•
    2 hrs ago
  • মামা ভাগ্নে গুড়িয়া #ভিডিও#ভাইরাল ভিডিও#ট্রেন্ডিং টপিক
    1
    মামা ভাগ্নে গুড়িয়া #ভিডিও#ভাইরাল ভিডিও#ট্রেন্ডিং টপিক
    user_Iahhia Ahmedya
    Iahhia Ahmedya
    Voice of people ডবকা, হোজাই, অসম•
    15 hrs ago
  • দিপালী কলিতা,ডিফলু বেলুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী শ্বমীমা ইয়াচমিন লগতে প্ৰায় তিনি শতাধিক BJP ৰ তৃণমূল কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত। দেওবাৰে অনুষ্ঠিত হোৱা সভাত প্ৰাই দুই হাজাৰ ৰাইজ উপস্থিত থাকে। বিগত 2020 চনত তৃণমূল পৰ্যায়ৰ এইজন প্ৰভাৱ শালী ও নিষ্ঠাবান কৰ্মী আজিজুল ইছলাম খানে বহু গৰাকী নিষ্ঠাবান কৰ্মীক লগত লৈ যোগ দিছিল BJP দলত। BJP দলত কাৰ্যাকৰতাৰ সন্মান নাই । BJPদলত শ্ৰেণী হিচাপত সন্মান দিযা হয় বুলি অভিযোগ তুলি আজি বহু ৰাইজৰ উপস্থিতি আজিজুল ইছলাম খানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীখন হাজী জাফৰ আলীৰ সভাপতিত্বত সভাত উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন,চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন, NSUI National সভাপতি আৰু ৰাজ্যিক NSUI সভাপতি উপস্থিত থাকে।
    3
    দিপালী কলিতা,ডিফলু বেলুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী শ্বমীমা ইয়াচমিন লগতে   প্ৰায় তিনি শতাধিক BJP ৰ তৃণমূল কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত। দেওবাৰে অনুষ্ঠিত হোৱা সভাত প্ৰাই দুই হাজাৰ ৰাইজ উপস্থিত থাকে।
বিগত 2020 চনত  তৃণমূল পৰ্যায়ৰ এইজন প্ৰভাৱ শালী ও নিষ্ঠাবান কৰ্মী আজিজুল ইছলাম খানে বহু গৰাকী নিষ্ঠাবান কৰ্মীক লগত লৈ  যোগ দিছিল BJP দলত। BJP দলত কাৰ্যাকৰতাৰ সন্মান নাই । BJPদলত  শ্ৰেণী হিচাপত সন্মান দিযা হয় বুলি অভিযোগ তুলি আজি বহু ৰাইজৰ উপস্থিতি আজিজুল ইছলাম খানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। 
যোগদান কাৰ্যসূচীখন হাজী জাফৰ আলীৰ সভাপতিত্বত সভাত উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন,চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন, NSUI National সভাপতি আৰু ৰাজ্যিক NSUI সভাপতি উপস্থিত থাকে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    42 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.