লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ শ শ কৰ্মীৰ দলত্যাগ। লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ৰাজ্যিক সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ডাঃ ফৰিদুল হুছেইনৰ পদত্যাগ ইয়াৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি আজিজুৰ ৰহমান(বিল্লা), লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমানৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনৰ কংগ্ৰেছ দলৰ সকলো বিষয়বাৱৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে পৰিবেশ উত্তাল কৰি তোলে ।আনহাতে দলত্যাগ কৰা কংগ্ৰেছ কৰ্মী সকলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক সমৰ্থন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে
লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ শ শ কৰ্মীৰ দলত্যাগ। লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ৰাজ্যিক সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ডাঃ ফৰিদুল হুছেইনৰ পদত্যাগ ইয়াৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি আজিজুৰ ৰহমান(বিল্লা), লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমানৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ
সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনৰ কংগ্ৰেছ দলৰ সকলো বিষয়বাৱৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মী
সকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে পৰিবেশ উত্তাল কৰি তোলে ।আনহাতে দলত্যাগ কৰা কংগ্ৰেছ কৰ্মী সকলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক সমৰ্থন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে
- 👉ছেটেলাইট টাউনশ্বিপৰ নামত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ 👉 পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ। 👉ছেটেলাইট টাউনশ্বিপৰ নামত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ 👉পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ।1
- Post by Mahesh kumar das1
- লাহৰিঘাটৰ ৮০ শতাংশ ৰাইজ মোৰ লগত আছিল! মই কংগ্ৰেছৰ পৰা টিকট নোপোৱাত ৰাইজ মৰ্মাহত হৈছে।1
- মামা ভাগ্নে গুড়িয়া #ভিডিও#ভাইরাল ভিডিও#ট্রেন্ডিং টপিক1
- apni yahan per 400 family ka kam se kam 100 150 bacche School jaate Hain aur yah raste ka halat hai4
- Post by HOJAI JUGIJAN NEWS1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি ৰেলৱে ষ্টেচনত ৰেল ৰখোৱাৰ দাবীত কেইবাটাও সংঘটনৰ উদ্যোগত আজি স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে1
- বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে । বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।1
- Post by KHABAR 24 BISWANATH1