জিলা আয়ুক্তই অযোগ্য ঘোষণা কৰা ৰঙাপানী গাওঁ পঞ্চায়তৰ সভানেত্ৰীক ন্যায়ালয়ে যোগ্য বুলি ঘোষণা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ঃ বঙাইগাঁও জিলা আয়ুক্তই ৰঙাপানী গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ পদ খাৰিজ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰায় ন্যায়ালয়ৰ বঙাইগাঁও জিলাৰ আয়ুক্তই ৰঙাপানী গাওঁ পঞ্চায়তৰ সভানেত্ৰীক অযোগ্য ঘোষণা কৰা ৰায়ক গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। জানিব পৰা মতে - বঙাইগাঁও জিলাৰ আয়ুক্তই ৰঙাপানী গাওঁ পঞ্চায়তৰ সভানেত্ৰী কহিনুৰ খাতুনৰ শিক্ষাগত অৰ্হতা ভূৱা বুলি কৈ সভানেত্ৰীৰ পদৰ পৰা অযোগ্য ঘোষণা কৰে। কহিনুৰ খাতুনে ইয়াকে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হোৱাত ন্যায়ালয়ে WP(C) No. 3503/2026 (Kohinur Khatun Vs. State of Assam & 5 Others) গোচৰত ২৯ জুলাই ২০২৬ তাৰিখে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। মহামান্য ন্যায়ালয়ে বঙাইগাঁও জিলা আয়ুক্তে ১৯ জুন ২০২৬ তাৰিখে জাৰি কৰা Disqualification Order বাতিল (Set Aside and Quashed) কৰে।উল্লেখ্য যে জিলা আয়ুক্তই সোনাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ Transfer Certificate বিদ্যালয়ৰ নথিত পোৱা নগ'ল বুলি উল্লেখ কৰি অসম পঞ্চায়ত আইন ১৯৯৪ ৰ দ্বাৰা ১১১(২)(বি)ৰ অধীনত কহিনুৰ খাতুনৰ সদস্যাপদৰ লগতে সভানেত্ৰীৰ পদ বাতিল কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ে অভিযোগটো মনোনয়ন পত্ৰৰ নথিত দাখিল কৰাৰ সময়ৰ অৰ্হতাৰ সৈতে জড়িত। এনে বিষয়ত পিছত দ্বাৰা ১১১(2)(বি)ৰ অধীনত জিলা আয়ুক্তে সদস্যপদ বাতিল কৰাৰ ক্ষমতা (Jurisdiction) নাই। ইয়াৰ উপৰিও আদালতে মন্তব্য কৰে যে আবেদনকাৰীক আগতীয়াকৈ নটিছ দিয়া হোৱা নাছিল, তদন্তৰ প্ৰতিবেদনো প্ৰদান কৰা হোৱা নাছিল আৰু নিজৰ আত্মপক্ষৰ সমৰ্থনত বক্তব্য দাঙি ধৰাৰ সুযোগো দিয়া হোৱা নাছিল। সেয়ে Principles of Natural Justice-ও উলংঘন হৈছিল। আদালতে নিজৰ পূৰ্বৰ Aysha Khatun Vs. State of Assam (2026 (3) GLT 102) আৰু Sri Ferdaus Rahman Mazumder Vs. State of Assam (2026:GAU-AS:3725) ৰায়ৰ নীতি অনুসৰণ কৰি স্পষ্ট কৰে যে মনোনয়নৰ সময়ৰ অযোগ্যতাৰ বিষয়ত জিলা আয়ুক্তে পিছত সিদ্ধান্ত ল'ব নোৱাৰে।ফলস্বৰূপে ১৯ জুন ২০২৬ তাৰিখৰ Disqualification Order আৰু সেই Order-ৰ ভিত্তিত লোৱা সকলো পৰৱৰ্তী ব্যৱস্থা বাতিল কৰা হয়।এই ৰায়ে পুনৰ স্পষ্ট কৰিলে যে জিলা আয়ুক্তৰ আইনগত ক্ষমতাৰ সীমা অতিক্ৰম কৰি লোৱা সিদ্ধান্ত আদালতে বহাল নাৰাখে আৰু Natural Justice-ৰ নীতি অনুসৰণ কৰাটো বাধ্যতামূলক।কহিনুৰ খাতুনে সভানেত্ৰী তথা সদস্যা পদ ঘুৰাই পোৱাত ৰঙাপানীৰ সচেতন মহলে উৎফুল্লিত হৈ পৰিছে।

- ৰাস্তা বেয়া বহুত বেয়া বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন1
- Barpeta District or ji kunu area t Glow sign board lagile jonabo1
- 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক। 📌বাক্সাৰ শালবাৰীৰ লোচিমাটাৰীত নিৰুদ্দেশৰ ঘটনা। 📌কেৰালামত কাম কৰিবলৈ গৈ নিৰুদ্দেশ লোচিমাটাৰীৰ এগৰাকী লোক।1
- ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও1
- কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য1
- সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers1