Shuru
Apke Nagar Ki App…
নুমলীগড়ত ৰহস্যজনক হত্যাকাণ্ড। টকাৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড। নুমলীগড়ত ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা।পইছাৰ কাৰণে লোহিত চাওৰা নামৰ এজনে মিত্ৰ ছেত্ৰী নামৰ লোক জনক হত্যা কৰাৰ সন্দেহ।ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ মৃত মিত্ৰ ছেত্ৰীৰ পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী লোহিত চাওৰাক।নুমলীগড় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
D B
নুমলীগড়ত ৰহস্যজনক হত্যাকাণ্ড। টকাৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড। নুমলীগড়ত ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা।পইছাৰ কাৰণে লোহিত চাওৰা নামৰ এজনে মিত্ৰ ছেত্ৰী নামৰ লোক জনক হত্যা কৰাৰ সন্দেহ।ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ মৃত মিত্ৰ ছেত্ৰীৰ পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী লোহিত চাওৰাক।নুমলীগড় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
More news from অসম and nearby areas
- Post by KHABAR 24 BISWANATH1
- মাজুলীত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ ৰাইজে বিচাৰে তৃতীয়তো কাৰ্যকালৰ বাবে ক্ষমতালৈ আহক। কাৰন বিজেপি থাকিলেহে অসমৰ জাতীয় জীৱনৰ অস্তিষ্ট সুৰক্ষিত হৈ থাকিব। মাটি, ভেটি জাতি কলা সংস্কৃতি স্বভিমান ৰক্ষা পৰিব। মাজুলীৰ ৰাইজৰ উপস্থিত সহাৰিয়ে স্পষ্ট কৰিছে যে ভুৱন গাম মাজুলীৰ পৰা বিপুল সংখ্যক ভোট লাভ কৰি জয়যুক্ত হৈ অসম বিধান সভালৈ যাব। যোৱা ১০ টা বছৰে বিজেপি চৰকাৰে অসমৰ লগতে মাজুলীত যি উন্নয়ন মূলক কাম কৰিলে তাৰ বাৱে ভোটাৰ ৰাইজ বিজেপি দলৰ লগত থাকি বিজেপি সপক্ষে ভোটদান কৰিব।1
- কলিয়াবৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপিতেই যোগদান কৰিব গৌড়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত চাহৰ লগত বাৰ্তালাপ। #kaliabor #bjp #highlights #followersシ゚1
- ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।1
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ‘লিট. ডিচিজে. জি.ইউ.’ (Lit. DCJ, GU) শীৰ্ষক এটা সাহিত্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন অধ্যাপক কামালুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ক্লাবটো মুকলি কৰাৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে বিভাগৰ ছাত্ৰী নিস্থা হালৈৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ক্লাবৰ তত্ত্বাৱধায়ক ড০ জাকিৰুল আলমে সাংবাদিকতাৰ শিক্ষাৰ্থীৰ সৃজনশীলতাৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভাগীয় মুৰব্বীৰ ভূমিকাৰ প্ৰশংসা কৰে। সাহিত্য কুইজ, সাঁথৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।1
- Post by Salman Hussain1
- কেতিয়া পাম আৰু আমি নিয়াই অ মামা কিকৰি আছা অ প্লিছ3
- MAJULI NEWS মাজুলীত কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ নিৰ্বাচনী প্ৰচাৰ। শতাধিক দলীয় কৰ্মীক লগত লৈ ডঃ ইন্দ্ৰনীল পেগুৱে ফুলনি চাৰিআলিত চলালে নিৰ্বাচনী প্ৰচাৰ। বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ৫ টা দিন বাকী থকা অৱস্থাত ততপৰতা বাহিছৰ ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ অভিযান। পিছ পৰি ৰোৱা নাই ভাৰতীয় জাতীয়া কংগ্ৰেছ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিৰোধী মিত্ৰ জোটৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে প্ৰচাৰ তুংগত তুলিছে। আজি ৰাতি ডঃ ইন্দ্ৰনীল পেগুৱে মাজুলীৰ অন্যতম ব্যৱসায়িক স্থান ফুলনি চাৰিআলিত নিৰ্বাচনী প্ৰচাৰ চলাই ফুলনি চাৰিআলি ব্যৱসায়িক প্ৰতিস্থান সমূহৰ ব্যৱসায়ী সকলৰ ওচৰলৈ গৈ ভোট ভিক্ষা খোজা পৰিলক্ষিত হয়।1