logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে পাৰভেজ ইছলামক নিযুক্তি। T News

2 hrs ago
user_T News
T News
Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
2 hrs ago
dd692edd-b48d-42f8-b8d2-80b8eb104e03

দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে পাৰভেজ ইছলামক নিযুক্তি। T News

More news from অসম and nearby areas
  • Post by MB News
    1
    Post by MB News
    user_MB News
    MB News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    1 hr ago
  • 📌নিশা ধুবুৰীত ডকাইতিৰ ঘটনা। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট-পাটৰ ঘটনা। আটক এজন ডকাইত । 📌চোকা অস্ত্ৰ লৈ তিনিজনীয়া ডকাইত দলটোৱে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট-পাটৰ চলোৱাৰ অভিযোগ । 📌ধুবুৰী চহৰৰ দুই নম্বৰ ৱাৰ্ড এম জি ৰোডত অৱস্থিত চন্দ্ৰৰ শেষৰ দাসৰ ঘৰত নিশা ডকাইতিৰ ঘটনা সংঘঠিত হয়।
    1
    📌নিশা ধুবুৰীত ডকাইতিৰ ঘটনা। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট-পাটৰ ঘটনা। আটক এজন ডকাইত ।
📌চোকা অস্ত্ৰ লৈ তিনিজনীয়া ডকাইত দলটোৱে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট-পাটৰ চলোৱাৰ অভিযোগ ।
📌ধুবুৰী চহৰৰ দুই নম্বৰ ৱাৰ্ড এম জি ৰোডত অৱস্থিত চন্দ্ৰৰ শেষৰ দাসৰ ঘৰত নিশা ডকাইতিৰ ঘটনা সংঘঠিত হয়।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    16 hrs ago
  • Post by NAZRUL ISLAM
    1
    Post by NAZRUL ISLAM
    user_NAZRUL ISLAM
    NAZRUL ISLAM
    Teacher মানিকপুৰ, বঙাইগাঁও, অসম•
    20 hrs ago
  • বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,, " দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,, বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    2
    বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,,
" দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,,
বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ  চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    16 hrs ago
  • Baragaon Excel Care Hospital
    1
    Baragaon Excel Care Hospital
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    17 hrs ago
  • দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
    1
    দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত  অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত  জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    1 hr ago
  • Post by Nikhil
    1
    Post by Nikhil
    user_Nikhil
    Nikhil
    বজালী, বজালী, অসম•
    23 hrs ago
  • Post by Sangku das
    1
    Post by Sangku das
    user_Sangku das
    Sangku das
    চেঙা, বৰপেটা, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.