Shuru
Apke Nagar Ki App…
✅ব্যতিক্ৰমী ৰূপত দেখা পোৱা গল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ✅পশ্চিমবংগৰ ৰাস্তাৰ কাষতে থকা এটা ঝালমুড়িড় দোকান পৰা কিনি খালে ঝালমুড়ি।
MB News
✅ব্যতিক্ৰমী ৰূপত দেখা পোৱা গল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ✅পশ্চিমবংগৰ ৰাস্তাৰ কাষতে থকা এটা ঝালমুড়িড় দোকান পৰা কিনি খালে ঝালমুড়ি।
More news from অসম and nearby areas
- Post by MB News1
- 📌নিশা ধুবুৰীত ডকাইতিৰ ঘটনা। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট-পাটৰ ঘটনা। আটক এজন ডকাইত । 📌চোকা অস্ত্ৰ লৈ তিনিজনীয়া ডকাইত দলটোৱে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুট-পাটৰ চলোৱাৰ অভিযোগ । 📌ধুবুৰী চহৰৰ দুই নম্বৰ ৱাৰ্ড এম জি ৰোডত অৱস্থিত চন্দ্ৰৰ শেষৰ দাসৰ ঘৰত নিশা ডকাইতিৰ ঘটনা সংঘঠিত হয়।1
- Post by NAZRUL ISLAM1
- বকোৰ বৰালীমাৰাত মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ,,, " দ্বি ড্ৰীম ফীটনেচ " নামেৰে মুকলি কৰা হ'ল অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো,,, বকোৰ ছমৰীয়াৰ সমীপৱৰ্তী বৰালীমাৰাত দেওঁবাৰে সন্ধিয়া মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ । ছমৰীয়া সত্ৰৰ উদ্যমী যুৱক দ্বীপজ্যোতি মেধিৰ একক প্ৰচেষ্টাত মুুকলি কৰা হল অত্যাধুনিক সা-সুবিধাযুক্ত " দ্বি ড্ৰীম ফীটনেচ " নামেৰে শৰীৰ চৰ্চা কেন্দ্ৰটো । অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় বিচাৰক তথা কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই । মুকলি অনুষ্ঠানত মিষ্টাৰ আছাম , মিষ্টাৰ ইণ্ডিয়া , মিষ্টাৰ আছাম ফিটনেচ প্ৰাপ্ত শৰীৰ চৰ্চাবিদৰ উপৰিও প্ৰায় দুই শতাধিক যুৱক-যুৱতী উপস্থিত থাকে । সুস্থ শৰীৰেৰে জীয়াই থাকিবলৈ হলে শৰীৰ চৰ্চাত মনোযোগ দিব লাগিব আৰু শৰীৰ সুষ্ঠ হৈ থাকিলেহে আমি এজন সুস্থ নাগৰিক হৈ থাকিম আৰু ৰাইজৰ হৈ কাম কৰিব পাৰিম বুলি মন্তব্য কৰে কামৰূপ বডিবিল্ডিং এচোচিয়েচনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাৰ ।2
- Baragaon Excel Care Hospital1
- দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত অঘটন ৷নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকৰ মৃত্যু ৷নিহত যুৱকজন বকো থানাৰ অন্তৰ্গত জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷ যুৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।1
- Post by Nikhil1
- Post by Sangku das1