Shuru
Apke Nagar Ki App…
ৰাইজৰ দলত ৰাইজ নাই, ট্ৰেক্টৰত তেল নাই আৰু তলা-চাবিৰ কাম নাই!
Shakil Ahmed- ABC News Digital
ৰাইজৰ দলত ৰাইজ নাই, ট্ৰেক্টৰত তেল নাই আৰু তলা-চাবিৰ কাম নাই!
More news from অসম and nearby areas
- Post by Arshad Ali1
- 👉🏼 বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল খালেকৰ ভোট ভিক্ষা। 👉🏼 চি পি আই এমৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ কয় অসমত এইবাৰ বিজেপি পৰাজিত হ'ব, বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হ'ব। মন্দিয়াৰ পৰা আব্দুল খালেক জয়ী হ'ব।1
- মন্দিয়া সমষ্টিৰ বামুনটাৰীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি এইদৰে আল্লাহৰ ওচৰত ক্ষমা খুজি ভোট ভিক্ষা কৰে শ্বেৰমান আলী আহমেদে। তেওঁ কয় হে আল্লাহ মোক মাফ কৰি দিয়া। তুমি গাফুৰৰ ৰাহিম, মই ভালদৰে এবাদত কৰিব পৰা নাই। মোৰ বয়স ষাঠি বছৰ হ'ল। নৰখ দেখিলে ভয় লাগে। মোক ক্ষমা কৰি দিয়া।1
- তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন।1
- ৰঙিয়াত মহাবীৰ জয়ন্তী উদযাপন । সমগ্ৰ দেশৰ লগত ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাবীৰ জয়ন্তী উদযাপন । তদুপলক্ষে স্থানীয় দিগম্বৰ জৈন মন্দিৰৰ পৰা আজি পুৱা বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ নগৰ পৰিভ্ৰমণৰ অন্তত মন্দিৰ প্ৰাঙ্গণত সমাপ্ত হয়। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰভাত ফেৰী, অভিষেক, শান্তিধাৰা, আৰতি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজ পাহাৰিয়াই। মহোৎসৱক কেন্দ্ৰ কৰি ৰঙিয়াত উখল-মাখল পৰিৱেশ বিৰাজ কৰে।1
- ছয়গাঁৱত একাংশ ড্ৰাগছ আসক্ত যুৱকে নিশা হোৱাৰ লগে লগে চুৰি কাৰ্য সংঘটিত কৰা আৰম্ভ কৰিছে । যোৱা নিশা ছয়গাঁৱৰ মাজ মজিয়াত থকা বেউলা পুস্তক মন্দিৰ আৰু বুবুকণ ক্লিনিকত বৈদ্যুতিক সংযোগ কৰা মিটাৰ সহ বহু পৰিমাণৰ বৈদ্যুতিক তাৰ চুৰি কৰাৰ লগতে ডি জিৰ বহু পৰিমাণৰ তাৰ চুৰি কৰি নিছিল । পিছে চি চি টিভিৰ ফুটেজৰ ভিত্তিত চুৰি কাৰ্য সংঘটিত কৰা মূল অভিযুক্ত গৰু বজাৰৰ ৰাজীৱ আলীক আটক কৰে বুবুকণ ক্লিনিকৰ কৰ্মচাৰীয়ে । স্থানীয় ৰাইজে যুৱকজনক লাইট পোষ্টত বান্ধি থয় । ড্ৰাগছ আসক্ত যুৱকজনে চুৰি কাৰ্য সংঘটিত কৰা বুলি নিজ মুখে স্বীকাৰ কৰে । ইয়াৰ উপৰিও তেওঁ চুৰি কৰা সামগ্ৰী সমূহ ডেম্পত বিক্ৰী কৰাৰ কথা উল্লেখ কৰে । ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষী । আটক কৰি থানালৈ লৈ যায় অভিযুক্ত ৰাজীৱ আলীক1
- 📌৪১ নং মানাহ বিধান সভা সমষ্টিত বিৰোধী ঐক্যমঞ্চ সমৰ্থিত 'ৰাইজ দল'ৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। 📌সমষ্টিটোৰ লাৱদাংগুৰীত নিৰ্বাচনী কাৰ্যালয় মুকলি। 📌ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনৰ গৰম বতাহ।1
- 👉🏼 বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল খালেকৰ ভোট ভিক্ষা। 👉🏼 সৰ্বভাৰতীয় কংগ্ৰেছ নেতা তথা অসমৰ তত্বাৱধায়ক পৃথিৰাজ ছাথেই আৰু চি পি আই এমৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কলগাছিয়াৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে।1
- ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বাদল চন্দ্ৰ আৰ্যই কলগাছিয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি কয় যে, মন্দিয়াৰ ৰাইজে এইবেলি পৰিৱৰ্তন বিচাৰিছে। অসমত বিজেপিৰ চৰকাৰ হ'বলৈ গৈ আছে। সেয়ে ৰাইজে মোক আকোঁৱালি ল'ব। সমষ্টিখনত তিনি গৰাকী হাইপ্ৰফাইল প্ৰাৰ্থী আছে যদিও কাৰো লগত মোৰ প্ৰতিদ্বন্দিতা নহয়। মই এশ শতাংশ আশাবাদী ৰাইজে মোক জিকাব।1