logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত মহাবীৰ জয়ন্তী উদযাপন । সমগ্ৰ দেশৰ লগত ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাবীৰ জয়ন্তী উদযাপন । তদুপলক্ষে স্থানীয় দিগম্বৰ জৈন মন্দিৰৰ পৰা আজি পুৱা বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ নগৰ পৰিভ্ৰমণৰ অন্তত মন্দিৰ প্ৰাঙ্গণত সমাপ্ত হয়। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰভাত ফেৰী, অভিষেক, শান্তিধাৰা, আৰতি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজ পাহাৰিয়াই। মহোৎসৱক কেন্দ্ৰ কৰি ৰঙিয়াত উখল-মাখল পৰিৱেশ বিৰাজ কৰে।

9 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
9 hrs ago

ৰঙিয়াত মহাবীৰ জয়ন্তী উদযাপন । সমগ্ৰ দেশৰ লগত ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাবীৰ জয়ন্তী উদযাপন । তদুপলক্ষে স্থানীয় দিগম্বৰ জৈন মন্দিৰৰ পৰা আজি পুৱা বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ নগৰ পৰিভ্ৰমণৰ অন্তত মন্দিৰ প্ৰাঙ্গণত সমাপ্ত হয়। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰভাত ফেৰী, অভিষেক, শান্তিধাৰা, আৰতি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজ পাহাৰিয়াই। মহোৎসৱক কেন্দ্ৰ কৰি ৰঙিয়াত উখল-মাখল পৰিৱেশ বিৰাজ কৰে।

More news from অসম and nearby areas
  • ৰঙিয়াত মহাবীৰ জয়ন্তী উদযাপন । সমগ্ৰ দেশৰ লগত ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাবীৰ জয়ন্তী উদযাপন । তদুপলক্ষে স্থানীয় দিগম্বৰ জৈন মন্দিৰৰ পৰা আজি পুৱা বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ নগৰ পৰিভ্ৰমণৰ অন্তত মন্দিৰ প্ৰাঙ্গণত সমাপ্ত হয়। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰভাত ফেৰী, অভিষেক, শান্তিধাৰা, আৰতি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজ পাহাৰিয়াই। মহোৎসৱক কেন্দ্ৰ কৰি ৰঙিয়াত উখল-মাখল পৰিৱেশ বিৰাজ কৰে।
    1
    ৰঙিয়াত মহাবীৰ জয়ন্তী উদযাপন ।
সমগ্ৰ দেশৰ লগত ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে  মহাবীৰ জয়ন্তী উদযাপন ।
তদুপলক্ষে স্থানীয় দিগম্বৰ জৈন মন্দিৰৰ পৰা আজি পুৱা বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ নগৰ পৰিভ্ৰমণৰ অন্তত মন্দিৰ প্ৰাঙ্গণত সমাপ্ত হয়।
মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰভাত ফেৰী, অভিষেক, শান্তিধাৰা, আৰতি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
আনহাতে সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজ পাহাৰিয়াই। মহোৎসৱক কেন্দ্ৰ কৰি ৰঙিয়াত উখল-মাখল পৰিৱেশ বিৰাজ কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    9 hrs ago
  • তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন।
    1
    তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন।
আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    6 hrs ago
  • #HimantaBiswaSarma #AssamNews #EvictionDrive #BreakingNews #AssamPolitics #ViralNews #AxomNews
    1
    #HimantaBiswaSarma #AssamNews #EvictionDrive #BreakingNews #AssamPolitics #ViralNews #AxomNews
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    3 hrs ago
  • ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৃন্দাবন নগৰ তিনি নং ওৱাৰ্ডত(খেজুৰ তলাত) , বীৰঝৰা তৰল মঙ্গ্যলম ছোচাইটিৰ অধীনত ড্ৰীম এঞ্জেল একাডেমী শুভ উদ্বোধনী। উক্ত উদ্বোধনী সভাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জয়ন্ত ৰয় ড্ৰীম এঞ্জেল একাডেমীৰ সভাপতি, দ্বাৰ মুকলি কৰে তেওঁৰ মাতৃ গন্ধেশ্বৰী ৰায়, বিশেষ ভাষণ প্ৰদান কৰে একাডেমীৰ অধ্যক্ষ আশালো খিং , আদৰণি ভাষণ দিয়ে জ্যোতি নাৰ্জাৰী ড্ৰীম এঞ্জেল একাডেমীল অধ্যক্ষ,খাসিৰডাঙ্গা, অভিভাৱকৰ লগতে সাক্ষাৎ কাৰ ভাষণত দিলিপ সাহা, মূখ্য বক্তৃতা, ৰঞ্জিত বসাক আৰু লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে উপস্থিত থাকে। ড্ৰীম এঞ্জেল একাডেমীয়ে গোলকগঞ্জ অঞ্চলৰ ইংৰাজী মাধ্যমৰ স্কুলৰ অভাৱ দুৰ কৰিব বুলি অভিভাৱকে মত প্ৰকাশ কৰে। ড্ৰীম এঞ্জেল একাডেমী উন্নত মানৰ উচ্চ শিক্ষাৰ এক নমনীয় ব্যৱস্থা, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ বিষয় বাছনি কৰিব পাৰে। এই ব্যৱস্থাই পৰম্পৰাগত নম্বৰ প্ৰথাৰ পৰিৱৰ্তে গ্ৰেড (Credit/Grade) প্ৰদান কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশ আৰু দক্ষতা বৃদ্ধি হয়। ইয়াত কোৰ্ছ, ক্ৰেডিট আৰু গ্ৰেডিঙৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছে । উদাহৰণ স্বৰূপে ভানুকুমাৰী ড্ৰীম এঞ্জেল একাডেমী আৰু খাসিৰডাঙ্গা ড্ৰীম এঞ্জেল একাডেমী । শিক্ষাৰ দিশত গোলকগঞ্জ বাসীৰ সপোন পূৰণ হল বুলি মত প্ৰকাশ কৰি অহা দিনত ধুবুৰী জিলাৰ নম্বৰ ওৱান ইংৰাজী মাধ্যম স্কুল হব বুলি মন্তব্য কৰে। ইণ্টাৰনেট,অন লাইনৰ যুগ, ইংৰাজী শিক্ষাৰ অতিকৈ প্ৰয়োজন। এই ড্ৰিম এঞ্জেল একাডেমীত ইংৰাজী মাধ্যমে আমাৰ সন্তানৰ ভবিষ্যত জীৱন উজ্জ্বল,আলোকিত আৰু আলোৰণ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে।
    1
    ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৃন্দাবন নগৰ তিনি নং ওৱাৰ্ডত(খেজুৰ তলাত) , বীৰঝৰা তৰল মঙ্গ্যলম ছোচাইটিৰ অধীনত ড্ৰীম এঞ্জেল একাডেমী শুভ উদ্বোধনী।
উক্ত উদ্বোধনী সভাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জয়ন্ত ৰয় ড্ৰীম এঞ্জেল একাডেমীৰ সভাপতি, দ্বাৰ মুকলি কৰে তেওঁৰ মাতৃ গন্ধেশ্বৰী ৰায়, বিশেষ ভাষণ প্ৰদান কৰে একাডেমীৰ অধ্যক্ষ আশালো খিং , আদৰণি ভাষণ দিয়ে জ্যোতি নাৰ্জাৰী ড্ৰীম এঞ্জেল একাডেমীল অধ্যক্ষ,খাসিৰডাঙ্গা, অভিভাৱকৰ লগতে সাক্ষাৎ কাৰ ভাষণত দিলিপ সাহা, মূখ্য বক্তৃতা, ৰঞ্জিত বসাক আৰু লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে উপস্থিত থাকে। ড্ৰীম এঞ্জেল একাডেমীয়ে গোলকগঞ্জ অঞ্চলৰ ইংৰাজী মাধ্যমৰ স্কুলৰ অভাৱ দুৰ কৰিব বুলি অভিভাৱকে মত প্ৰকাশ কৰে।
ড্ৰীম এঞ্জেল একাডেমী উন্নত মানৰ  উচ্চ শিক্ষাৰ এক নমনীয় ব্যৱস্থা, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ বিষয় বাছনি কৰিব পাৰে। এই ব্যৱস্থাই পৰম্পৰাগত নম্বৰ প্ৰথাৰ পৰিৱৰ্তে গ্ৰেড (Credit/Grade) প্ৰদান কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশ আৰু দক্ষতা বৃদ্ধি হয়। ইয়াত কোৰ্ছ, ক্ৰেডিট আৰু গ্ৰেডিঙৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছে । উদাহৰণ স্বৰূপে ভানুকুমাৰী ড্ৰীম এঞ্জেল একাডেমী আৰু  খাসিৰডাঙ্গা ড্ৰীম এঞ্জেল একাডেমী ।
শিক্ষাৰ দিশত গোলকগঞ্জ বাসীৰ সপোন পূৰণ হল বুলি মত প্ৰকাশ কৰি অহা দিনত ধুবুৰী জিলাৰ  নম্বৰ ওৱান ইংৰাজী মাধ্যম স্কুল হব বুলি মন্তব্য কৰে। ইণ্টাৰনেট,অন লাইনৰ যুগ, ইংৰাজী শিক্ষাৰ অতিকৈ প্ৰয়োজন। এই ড্ৰিম এঞ্জেল একাডেমীত ইংৰাজী মাধ্যমে আমাৰ সন্তানৰ ভবিষ্যত জীৱন উজ্জ্বল,আলোকিত আৰু আলোৰণ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে।
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    10 hrs ago
  • বাক্সাৰ গোৱৰ্দ্ধনাত মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ। তেওঁৰ জয়লাভ নিশ্চিত বুলি দাবী। একাংশ দলীয় কাৰ্যকৰ্তাৰ অংশগ্ৰহণ।
    1
    বাক্সাৰ গোৱৰ্দ্ধনাত মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ।
তেওঁৰ জয়লাভ নিশ্চিত বুলি দাবী।
একাংশ দলীয় কাৰ্যকৰ্তাৰ অংশগ্ৰহণ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    10 min ago
  • আমাকে প্লিজ সবাই ফলো কমেন্ট শেয়ার করবা
    1
    আমাকে প্লিজ সবাই ফলো কমেন্ট শেয়ার করবা
    user_ভারত আমার জান
    ভারত আমার জান
    Grain Wholesaler বজালী, বজালী, অসম•
    1 hr ago
  • গরু হাট হাঁস মুরগি হাট
    3
    গরু হাট হাঁস মুরগি হাট
    user_Sk PINTU
    Sk PINTU
    বজালী, বজালী, অসম•
    14 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ সোণাফুলীত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। 📌বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ জয়লাভ নিশ্চিত বুলি দাবী শালবাৰীৰ এমচিএলএ দিগন্ত গয়াৰীৰ। 📌ইউপিপিএলক তীব্ৰ সমালোচনা ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ সোণাফুলীত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি।
📌বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ জয়লাভ নিশ্চিত বুলি দাবী শালবাৰীৰ এমচিএলএ দিগন্ত গয়াৰীৰ।
📌ইউপিপিএলক তীব্ৰ সমালোচনা ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.