গোলকগঞ্জত আজি শুভ উদ্বোধনী কৰে ড্ৰিম এঞ্জেল একাডেমী ইংৰাজী মাধ্যম। ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৃন্দাবন নগৰ তিনি নং ওৱাৰ্ডত(খেজুৰ তলাত) , বীৰঝৰা তৰল মঙ্গ্যলম ছোচাইটিৰ অধীনত ড্ৰীম এঞ্জেল একাডেমী শুভ উদ্বোধনী। উক্ত উদ্বোধনী সভাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জয়ন্ত ৰয় ড্ৰীম এঞ্জেল একাডেমীৰ সভাপতি, দ্বাৰ মুকলি কৰে তেওঁৰ মাতৃ গন্ধেশ্বৰী ৰায়, বিশেষ ভাষণ প্ৰদান কৰে একাডেমীৰ অধ্যক্ষ আশালো খিং , আদৰণি ভাষণ দিয়ে জ্যোতি নাৰ্জাৰী ড্ৰীম এঞ্জেল একাডেমীল অধ্যক্ষ,খাসিৰডাঙ্গা, অভিভাৱকৰ লগতে সাক্ষাৎ কাৰ ভাষণত দিলিপ সাহা, মূখ্য বক্তৃতা, ৰঞ্জিত বসাক আৰু লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে উপস্থিত থাকে। ড্ৰীম এঞ্জেল একাডেমীয়ে গোলকগঞ্জ অঞ্চলৰ ইংৰাজী মাধ্যমৰ স্কুলৰ অভাৱ দুৰ কৰিব বুলি অভিভাৱকে মত প্ৰকাশ কৰে। ড্ৰীম এঞ্জেল একাডেমী উন্নত মানৰ উচ্চ শিক্ষাৰ এক নমনীয় ব্যৱস্থা, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ বিষয় বাছনি কৰিব পাৰে। এই ব্যৱস্থাই পৰম্পৰাগত নম্বৰ প্ৰথাৰ পৰিৱৰ্তে গ্ৰেড (Credit/Grade) প্ৰদান কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশ আৰু দক্ষতা বৃদ্ধি হয়। ইয়াত কোৰ্ছ, ক্ৰেডিট আৰু গ্ৰেডিঙৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছে । উদাহৰণ স্বৰূপে ভানুকুমাৰী ড্ৰীম এঞ্জেল একাডেমী আৰু খাসিৰডাঙ্গা ড্ৰীম এঞ্জেল একাডেমী । শিক্ষাৰ দিশত গোলকগঞ্জ বাসীৰ সপোন পূৰণ হল বুলি মত প্ৰকাশ কৰি অহা দিনত ধুবুৰী জিলাৰ নম্বৰ ওৱান ইংৰাজী মাধ্যম স্কুল হব বুলি মন্তব্য কৰে। ইণ্টাৰনেট,অন লাইনৰ যুগ, ইংৰাজী শিক্ষাৰ অতিকৈ প্ৰয়োজন। এই ড্ৰিম এঞ্জেল একাডেমীত ইংৰাজী মাধ্যমে আমাৰ সন্তানৰ ভবিষ্যত জীৱন উজ্জ্বল,আলোকিত আৰু আলোৰণ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে।

- #HimantaBiswaSarma #AssamNews #EvictionDrive #BreakingNews #AssamPolitics #ViralNews #AxomNews1
- ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৃন্দাবন নগৰ তিনি নং ওৱাৰ্ডত(খেজুৰ তলাত) , বীৰঝৰা তৰল মঙ্গ্যলম ছোচাইটিৰ অধীনত ড্ৰীম এঞ্জেল একাডেমী শুভ উদ্বোধনী। উক্ত উদ্বোধনী সভাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জয়ন্ত ৰয় ড্ৰীম এঞ্জেল একাডেমীৰ সভাপতি, দ্বাৰ মুকলি কৰে তেওঁৰ মাতৃ গন্ধেশ্বৰী ৰায়, বিশেষ ভাষণ প্ৰদান কৰে একাডেমীৰ অধ্যক্ষ আশালো খিং , আদৰণি ভাষণ দিয়ে জ্যোতি নাৰ্জাৰী ড্ৰীম এঞ্জেল একাডেমীল অধ্যক্ষ,খাসিৰডাঙ্গা, অভিভাৱকৰ লগতে সাক্ষাৎ কাৰ ভাষণত দিলিপ সাহা, মূখ্য বক্তৃতা, ৰঞ্জিত বসাক আৰু লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে উপস্থিত থাকে। ড্ৰীম এঞ্জেল একাডেমীয়ে গোলকগঞ্জ অঞ্চলৰ ইংৰাজী মাধ্যমৰ স্কুলৰ অভাৱ দুৰ কৰিব বুলি অভিভাৱকে মত প্ৰকাশ কৰে। ড্ৰীম এঞ্জেল একাডেমী উন্নত মানৰ উচ্চ শিক্ষাৰ এক নমনীয় ব্যৱস্থা, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ বিষয় বাছনি কৰিব পাৰে। এই ব্যৱস্থাই পৰম্পৰাগত নম্বৰ প্ৰথাৰ পৰিৱৰ্তে গ্ৰেড (Credit/Grade) প্ৰদান কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশ আৰু দক্ষতা বৃদ্ধি হয়। ইয়াত কোৰ্ছ, ক্ৰেডিট আৰু গ্ৰেডিঙৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছে । উদাহৰণ স্বৰূপে ভানুকুমাৰী ড্ৰীম এঞ্জেল একাডেমী আৰু খাসিৰডাঙ্গা ড্ৰীম এঞ্জেল একাডেমী । শিক্ষাৰ দিশত গোলকগঞ্জ বাসীৰ সপোন পূৰণ হল বুলি মত প্ৰকাশ কৰি অহা দিনত ধুবুৰী জিলাৰ নম্বৰ ওৱান ইংৰাজী মাধ্যম স্কুল হব বুলি মন্তব্য কৰে। ইণ্টাৰনেট,অন লাইনৰ যুগ, ইংৰাজী শিক্ষাৰ অতিকৈ প্ৰয়োজন। এই ড্ৰিম এঞ্জেল একাডেমীত ইংৰাজী মাধ্যমে আমাৰ সন্তানৰ ভবিষ্যত জীৱন উজ্জ্বল,আলোকিত আৰু আলোৰণ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে।1
- ছয়গাঁৱত একাংশ ড্ৰাগছ আসক্ত যুৱকে নিশা হোৱাৰ লগে লগে চুৰি কাৰ্য সংঘটিত কৰা আৰম্ভ কৰিছে । যোৱা নিশা ছয়গাঁৱৰ মাজ মজিয়াত থকা বেউলা পুস্তক মন্দিৰ আৰু বুবুকণ ক্লিনিকত বৈদ্যুতিক সংযোগ কৰা মিটাৰ সহ বহু পৰিমাণৰ বৈদ্যুতিক তাৰ চুৰি কৰাৰ লগতে ডি জিৰ বহু পৰিমাণৰ তাৰ চুৰি কৰি নিছিল । পিছে চি চি টিভিৰ ফুটেজৰ ভিত্তিত চুৰি কাৰ্য সংঘটিত কৰা মূল অভিযুক্ত গৰু বজাৰৰ ৰাজীৱ আলীক আটক কৰে বুবুকণ ক্লিনিকৰ কৰ্মচাৰীয়ে । স্থানীয় ৰাইজে যুৱকজনক লাইট পোষ্টত বান্ধি থয় । ড্ৰাগছ আসক্ত যুৱকজনে চুৰি কাৰ্য সংঘটিত কৰা বুলি নিজ মুখে স্বীকাৰ কৰে । ইয়াৰ উপৰিও তেওঁ চুৰি কৰা সামগ্ৰী সমূহ ডেম্পত বিক্ৰী কৰাৰ কথা উল্লেখ কৰে । ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষী । আটক কৰি থানালৈ লৈ যায় অভিযুক্ত ৰাজীৱ আলীক1
- ৰঙিয়াত মহাবীৰ জয়ন্তী উদযাপন । সমগ্ৰ দেশৰ লগত ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাবীৰ জয়ন্তী উদযাপন । তদুপলক্ষে স্থানীয় দিগম্বৰ জৈন মন্দিৰৰ পৰা আজি পুৱা বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ নগৰ পৰিভ্ৰমণৰ অন্তত মন্দিৰ প্ৰাঙ্গণত সমাপ্ত হয়। মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰভাত ফেৰী, অভিষেক, শান্তিধাৰা, আৰতি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজ পাহাৰিয়াই। মহোৎসৱক কেন্দ্ৰ কৰি ৰঙিয়াত উখল-মাখল পৰিৱেশ বিৰাজ কৰে।1
- তামুলপুৰত বিজেপিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি তামুলপুৰ মটঙাপাৰ ফিল্ডত অনুষ্ঠিত হয় এই সন্মিলন।1
- 📌চেঙাত নিৰ্দলীয় প্ৰাৰ্থী আফতাৰ আলীৰ খানৰ আগমনে নিদ্ৰা হৰিছে কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ লগতে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। 📌ক্ৰমাৎ গৰম হৈ উঠিছে চেঙাৰ ৰাজনৈতিক পৰিৱেশ। 📌প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থী আফতাদুৰ আলী খানেও চলাই গৈছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।1
- আমাকে প্লিজ সবাই ফলো কমেন্ট শেয়ার করবা1
- Post by Mahesh kumar das1