logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে, আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে। উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।

3 hrs ago
user_STAR Live24
STAR Live24
Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
3 hrs ago

গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে, আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে। উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।

More news from অসম and nearby areas
  • ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে, আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে। উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।
    1
    ধুবুৰী জিলাৰ গোলকগঞ্জত দুদিনীয়া কোচ ৰাজবংশীৰ জাতীয় উৎসৱ "বেষমা" আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ। আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত হ’ব এই সাংস্কৃতিক অনুষ্ঠান।অহা ১৮ আৰু ১৯ বহাগ দুদিনীয়া কাৰ্যসূচীৰে গোলকগঞ্জৰ জগমোহন বিদ্যাপীঠত আয়োজন কৰা হব বৰ্ণাঢ্য বেষমা উৎসৱ।এই উৎসৱটো আয়োজন কৰিছে ধুবুৰী জিলা আক্ৰাছুৱে,
আৰু সহযোগ আগবঢ়াইছে গোলকগঞ্জ আঞ্চলিক আক্ৰাছুৱে।
উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে।
ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, লোকনৃত্য, সংগীত আদি অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    3 hrs ago
  • Saljuri No1.gossaigaon . Kokrajhar
    1
    Saljuri No1.gossaigaon . Kokrajhar
    user_Saljuri
    Saljuri
    গোঁসাইগাঁও (অংশ), কোকৰাঝাৰ, অসম•
    9 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    12 hrs ago
  • Post by bijoy mandal
    1
    Post by bijoy mandal
    user_bijoy mandal
    bijoy mandal
    বকো, কামৰূপ, অসম•
    1 hr ago
  • ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    1
    ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে  মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
  • ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    1
    ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ  ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা  বৰ্ড আৰু তাঁৰ  ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত ।
কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল ।
ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ  সোমাই দেখিলে লুকাই আছে ছাদ্দাম। 
আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । 
পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট ।
অৱশ্যে  প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    5 hrs ago
  • Tajuddin Ahmed Education ट्रस्ट के जरिए Dispur Public School गरीब छात्र-छात्राओं को कर रहे हैं मदद
    4
    Tajuddin Ahmed Education ट्रस्ट के जरिए Dispur Public School गरीब छात्र-छात्राओं को कर रहे हैं मदद
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    14 hrs ago
  • তামুলপুৰৰ মটঙাপাৰত তামুলপুৰ এবছুৰ ২২ সংখ্যক ৰংজালি বৈছাগু উদযাপন
    1
    তামুলপুৰৰ মটঙাপাৰত তামুলপুৰ এবছুৰ ২২ সংখ্যক ৰংজালি বৈছাগু উদযাপন
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.