Shuru
Apke Nagar Ki App…
অভিযোগ অনুসৰি যোৱা ৫ এপ্ৰিলৰ নিশা কাঠপাৰাত সংঘটিত হোৱা ভয়ংকৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল ধৃত ডকাইতটো । ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
Daily Time
অভিযোগ অনুসৰি যোৱা ৫ এপ্ৰিলৰ নিশা কাঠপাৰাত সংঘটিত হোৱা ভয়ংকৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল ধৃত ডকাইতটো । ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।
More news from অসম and nearby areas
- ৰূপহীহাট আৰক্ষীৰ জালত ডকাইত ৰূপহীহাট আৰক্ষীয়ে কাঠপাৰাৰ পৰা এজন ডকাইত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু। কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত । উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে।1
- সমূহ অসমবাসী ৰাইজলৈ চলমান এষ্ট্ৰ'লজাৰে অসমীয়া নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে #viralpost #ytshort1
- খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আটক কৰে জামাল উদ্দীন নামৰ ডকাইটিক। দীৰ্ঘদিননৰ পৰা আৰক্ষীৰ চকুত ফাঁকি দি পলায় ফুৰিছিল ডকাইত জামাল উদ্দীনে। জামাল উদ্দীনৰ বিৰুদ্ধে কেইবাটাও আৰক্ষী থানাত ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল। গড়াজান আৰক্ষীয়ে ধৃত ডকাইত জামাল উদ্দীনক সম্প্ৰতি বেবেজীয়া আৰক্ষীক গতাই দিয়ে।1
- Post by DeV 24 News1
- 🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জালুগুটিত একশৰণ ভাগৱতী সমাজৰ ৬৫ সংখ্যক মহাপালনাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে বিশ্ব শান্তিৰ অৰ্থে প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই কীৰ্তন ভাগৰ কাৰ্যসূচী অনুসৰি ১১ ব'হাগ ইংৰাজী ২৫ এপ্ৰিল শনিবাৰে পুৱা ৫ বজাত প্ৰাতঃপ্ৰসঙ্গ ৫-৩০ বজাত খোলা প্ৰসঙ্গ, ৬ বজাত পুৱা প্ৰসঙ্গ, ৭ বজাত নগৰ কীৰ্তন, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ধৰ্মেশ্বৰ দাসে, ৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ১০ বজাত বৃক্ষ ৰোপণ, ১১-৩০ বজাত মধ্যাহ্ন প্ৰসঙ্গ, দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ, ২ বজাত ভকত আদৰণি, ৩ বজাত ভাগৱত পাঠ, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত মহাপালনামৰ শৰাই অৰ্চনা, ৭-১৫ বজাত আচাৰ্য প্ৰণাম, ৭-৩০ বজাত গুণমালা কীৰ্তন, নিশা ৯ বজাত খোল প্ৰসঙ্গ, ১০ বজাত নিশাৰ আহাৰ গ্ৰহণ, ১০-৩০ বজাত মহাপালনাম কীৰ্তন আৰম্ভ। ১১ ব'হাগ ইংৰাজী ২৬ এপ্ৰিল ৰবিবাৰে পুৱা ৬ বজাত মহাপালনাম সামৰণি, ৭ বজাত কৃপা প্ৰাৰ্থনা, ৮ বজাত ভাগৱত শোভাযাত্ৰা, ৯ বজাত প্ৰসাদ বিতৰণ, ১২ বজাত ভকত বিদায় আৰু বিয়লি ৫ বজাত ধৰ্ম ধ্বজা অবতৰণেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীমন্ত হাজৰিকা আৰু সম্পাদক উৎপল কুমাৰ দাসে। এই সমুহ কাৰ্যসূচীত অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।1
- ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন কমিতিৰ সম্পাদকৰ মন্তব্য1
- বিশ্বশান্তিৰ কামনাৰে ঢেকীয়াজুলিৰ পিৰাকটাত বাথৌ আৰছ অনুষ্ঠিত কৰে1