logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সুৰ বিহীন ৬ মাহ জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে নাম প্ৰসংগৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। জুবিন গাৰ্গ ন্যায় নোপোৱা লৈকে অসমৰ ৰাইজৰ মনত জ্বলা জুই কেতিয়াও নিৰ্বাপন নহয় বুলি কয় আছু জিলা সম্পাদক জীৱন জ্যোতি বৰুৱাই। SIT য়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ তৈয়াৰ কৰিব লাগে যাতে দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাব লাগিব। ৰাজনৈতিক আৰু অৰাজনৈতিক দলক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব বুলি আহ্বান জনায় আছু ধুবুৰী জিলা সমিতিয়ে। অসমৰ জ্বলন্ত সমস্যাৰ সময়ত জুবিন গাৰ্গে অসমৰ ৰাইজৰ লগত থাকি আন্দোলন কৰিছিল বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে। ধুবুৰী জিলা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক দাবী আৰু আহ্বান যে অতি সোনকালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান দাবী জনায়।

2 hrs ago
user_Amar Dhubri
Amar Dhubri
Media house আঠানি, ধুবুৰী, অসম•
2 hrs ago

ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সুৰ বিহীন ৬ মাহ জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে নাম প্ৰসংগৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। জুবিন গাৰ্গ ন্যায় নোপোৱা লৈকে অসমৰ ৰাইজৰ মনত জ্বলা জুই কেতিয়াও নিৰ্বাপন নহয় বুলি কয় আছু জিলা সম্পাদক জীৱন জ্যোতি বৰুৱাই। SIT য়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ তৈয়াৰ কৰিব লাগে যাতে দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাব লাগিব। ৰাজনৈতিক আৰু অৰাজনৈতিক দলক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব বুলি আহ্বান জনায় আছু ধুবুৰী জিলা সমিতিয়ে। অসমৰ জ্বলন্ত সমস্যাৰ সময়ত জুবিন গাৰ্গে অসমৰ ৰাইজৰ লগত থাকি আন্দোলন কৰিছিল বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে। ধুবুৰী জিলা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক দাবী আৰু আহ্বান যে অতি সোনকালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান দাবী জনায়।

More news from অসম and nearby areas
  • সুৰ বিহীন ৬ মাহ জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে নাম প্ৰসংগৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। জুবিন গাৰ্গ ন্যায় নোপোৱা লৈকে অসমৰ ৰাইজৰ মনত জ্বলা জুই কেতিয়াও নিৰ্বাপন নহয় বুলি কয় আছু জিলা সম্পাদক জীৱন জ্যোতি বৰুৱাই। SIT য়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ তৈয়াৰ কৰিব লাগে যাতে দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাব লাগিব। ৰাজনৈতিক আৰু অৰাজনৈতিক দলক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব বুলি আহ্বান জনায় আছু ধুবুৰী জিলা সমিতিয়ে। অসমৰ জ্বলন্ত সমস্যাৰ সময়ত জুবিন গাৰ্গে অসমৰ ৰাইজৰ লগত থাকি আন্দোলন কৰিছিল বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে। ধুবুৰী জিলা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক দাবী আৰু আহ্বান যে অতি সোনকালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান দাবী জনায়।
    1
    সুৰ বিহীন ৬ মাহ জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে নাম প্ৰসংগৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান  ।
সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। 
জুবিন গাৰ্গ ন্যায় নোপোৱা লৈকে অসমৰ ৰাইজৰ মনত জ্বলা জুই কেতিয়াও নিৰ্বাপন নহয় বুলি কয় আছু জিলা সম্পাদক জীৱন জ্যোতি বৰুৱাই।
SIT য়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ তৈয়াৰ কৰিব লাগে যাতে দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাব লাগিব।
ৰাজনৈতিক আৰু অৰাজনৈতিক দলক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব বুলি  আহ্বান জনায় আছু ধুবুৰী জিলা সমিতিয়ে।
অসমৰ জ্বলন্ত সমস্যাৰ সময়ত জুবিন গাৰ্গে অসমৰ ৰাইজৰ লগত থাকি আন্দোলন কৰিছিল বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে।
ধুবুৰী জিলা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক দাবী আৰু আহ্বান যে অতি সোনকালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট এনেকৈ দাখিল কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান দাবী জনায়।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    2 hrs ago
  • DHUBRI DISTRICT ASSAM NIWES VIDEO DAY BHATIPETLA ALOKJHARI NIWES VIDEO DAY
    1
    DHUBRI DISTRICT ASSAM NIWES VIDEO DAY BHATIPETLA ALOKJHARI NIWES VIDEO DAY
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Spa গৌৰীপুৰ, ধুবুৰী, অসম•
    3 hrs ago
  • 📌ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 📌আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।
    1
    📌ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুতিথি উপলক্ষ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
📌আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ৬ মহীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    5 hrs ago
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১৯ মাৰ্চ ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত গৌৰীপুৰ ৰেল ওভাৰ ব্ৰীজৰ উদ্বোধন ৰ পিছত ৰাইজৰ যাতায়তৰ সকাহ পাইছে। তীব্ৰ যানজঁটৰ পৰা ৰক্ষা পৰিছে। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১৯ মাৰ্চ 
ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত গৌৰীপুৰ
ৰেল ওভাৰ ব্ৰীজৰ উদ্বোধন ৰ পিছত ৰাইজৰ যাতায়তৰ সকাহ পাইছে। তীব্ৰ যানজঁটৰ পৰা ৰক্ষা পৰিছে।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    21 hrs ago
  • Post by Md Romio Mehadi
    1
    Post by Md Romio Mehadi
    user_Md Romio Mehadi
    Md Romio Mehadi
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    4 hrs ago
  • kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he
    3
    kodom Toli wart no. 12 road ka hal bohat bura he our koi kam nahi karta aur dren bi bohat kharap he
    user_BNG KD
    BNG KD
    বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    3 hrs ago
  • please help me sapatgram to balapara berez
    1
    please help me sapatgram to balapara berez
    user_Rahul ali
    Rahul ali
    ভাওৰাগুৰি, কোকৰাঝাৰ, অসম•
    16 hrs ago
  • 📌ধুবুৰীত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত। 📌বেবী বেগমৰ প্ৰাৰ্থীত্ব দিয়াক লৈ ধুবুৰী কংগ্ৰেছত তীব্ৰ প্ৰতিবাদ। 📌কংগ্ৰেছে ধুবুৰীত প্ৰক্ষেপ কৰা বেবী বেগমক অযোগ্য প্ৰাৰ্থী আখ্যা কংগ্ৰেছ কৰ্মী
    1
    📌ধুবুৰীত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত।
📌বেবী বেগমৰ প্ৰাৰ্থীত্ব দিয়াক লৈ ধুবুৰী কংগ্ৰেছত তীব্ৰ প্ৰতিবাদ।
📌কংগ্ৰেছে ধুবুৰীত প্ৰক্ষেপ কৰা বেবী বেগমক অযোগ্য প্ৰাৰ্থী আখ্যা কংগ্ৰেছ কৰ্মী
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.