বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।

- Post by Mogrob1
- 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।1
- জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড৷ মানুহ কিমান নিকৃষ্ট হলে এগৰাকী নাৱালিকাক লৈ ধৰ্ষণৰ দৰে মিছা অপবাদ দিব পাৰে৷1
- Post by Saiful islam1
- গোৱালপাৰাৰ ৰাক্ষসিনীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা1
- ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।1
- Post by Uttam Dutta1
- 📌গৰু বিহুৰ দিনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক দুঃখবৰ। 📌মানাহত ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু প্ৰায় ২৫ বছৰ বয়সীয়া এটি প্ৰাপ্তবয়স্ক মতা গঁড়ৰ। 📌পৰস্পৰৰ সৈতে যুঁজ-বাগৰত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যুক সাৱটিলে গঁড়টোৱে।1