logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কাইলৈ অসমৰ পৰা পৱিত্ৰ মক্কালৈ উৰা মাৰিব অসমৰ হজযাত্ৰী দল। এইবাৰ বটদ্ৰৱাৰ জাজৰীৰ পৰা চাৰি গৰাকী হাজী যাত্ৰা কৰিছে মক্কালৈ।

on 18 April
user_Mustafa SalimAhmed
Mustafa SalimAhmed
Local News Reporter ধিং, নগাঁও, অসম•
on 18 April

কাইলৈ অসমৰ পৰা পৱিত্ৰ মক্কালৈ উৰা মাৰিব অসমৰ হজযাত্ৰী দল। এইবাৰ বটদ্ৰৱাৰ জাজৰীৰ পৰা চাৰি গৰাকী হাজী যাত্ৰা কৰিছে মক্কালৈ।

More news from অসম and nearby areas
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    17 hrs ago
  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক চুফি চুলতান আহমেদ একাডেমীৰ ফালৰপৰা সম্বৰ্ধনা। #viralIndia
    1
    সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক চুফি চুলতান আহমেদ একাডেমীৰ ফালৰপৰা সম্বৰ্ধনা।
#viralIndia
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    2 hrs ago
  • ১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ। বটদ্ৰৱাত পৰিচানলা সমিতিৰ সংবাদমেল। শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত হব সতী ৰাধিকা মহোৎসৱ । থান পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি গোবিন্দ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, সহকাৰী সম্পাদক সন্দীপ কলিতা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ উপস্থিতিত এক সংবাদমেলৰ জড়িয়তে সকলোকে নিমন্ত্ৰণ জনাই । ঐতিহাসিক বটদ্ৰৱাৰ আলিপুখুৰীস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বৰ্ণিল কাৰ্যসূচীৰে সতী ৰাধিকা মহোৎসৱৰ দিনটোত অসমবাসী ৰাইজক পদূলিত বন্তি প্রজ্বলন কৰিবলৈ আহ্বান জনাই সংবাদমেলৰ জড়িয়তে । উল্লেখ্য যে সতীত্ব আৰু সাহসিকতাৰে টেম্বুৱানী জান বান্ধি বানৰ কবলৰ পৰা ভকত-বৈষ্ণৱক উদ্ধাৰ কৰি খ্যাতি গঢ়া মহীয়সী নাৰী সতী ৰাধিকা আই গৰাকীৰ জন্মজয়ন্তী মহোৎসৱ উপলক্ষে উদুলি মুদুলি পৰিবেশ বটদ্ৰৱাত ।
    1
    ১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ। বটদ্ৰৱাত পৰিচানলা সমিতিৰ সংবাদমেল। 
শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত হব সতী ৰাধিকা মহোৎসৱ ।
থান পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি গোবিন্দ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, সহকাৰী সম্পাদক সন্দীপ কলিতা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ উপস্থিতিত এক সংবাদমেলৰ জড়িয়তে সকলোকে নিমন্ত্ৰণ জনাই ।
ঐতিহাসিক বটদ্ৰৱাৰ আলিপুখুৰীস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বৰ্ণিল কাৰ্যসূচীৰে সতী ৰাধিকা মহোৎসৱৰ দিনটোত অসমবাসী ৰাইজক পদূলিত বন্তি প্রজ্বলন কৰিবলৈ আহ্বান জনাই সংবাদমেলৰ জড়িয়তে ।
উল্লেখ্য যে সতীত্ব আৰু সাহসিকতাৰে টেম্বুৱানী জান বান্ধি বানৰ কবলৰ পৰা ভকত-বৈষ্ণৱক উদ্ধাৰ কৰি খ্যাতি গঢ়া মহীয়সী নাৰী সতী ৰাধিকা আই গৰাকীৰ জন্মজয়ন্তী মহোৎসৱ উপলক্ষে উদুলি মুদুলি পৰিবেশ বটদ্ৰৱাত ।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • উচ্চতৰ মাধ্যমিক পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৌদিশে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালকৈ নগাঁৱৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে বিউটি ভূঞাই। তেওঁৰ সৈতে দুৱাষাৰ কথোপকথন শুনো আহক।
    1
    উচ্চতৰ মাধ্যমিক পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৌদিশে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালকৈ নগাঁৱৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে বিউটি ভূঞাই। তেওঁৰ সৈতে দুৱাষাৰ কথোপকথন শুনো আহক।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    14 hrs ago
  • আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ। কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ। কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 9395016853
    1
    আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ।  
কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। 
পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। 
তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ।
কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 9395016853
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ
    1
    উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    6 hrs ago
  • হিমন্ত বিশ্ব শৰ্মা এইবাৰ গাদীচ্যুত হোৱা খাটাং | সেইবাবে অতি নিম্ন মানৰ ৰাজনীতি কৰিছে | হিমন্ত বিশ্ব শৰ্মাৰ বাবে পৰিয়ালৰ লোকে একে টি ভি চাব নোৱাৰা হৈছে | কোন সময়ত কি কথা কৈ দিয়ে তাৰ ঠিক নাই | .........সাংসদ ৰকিবুল হুছেইন |
    1
    হিমন্ত বিশ্ব শৰ্মা এইবাৰ গাদীচ্যুত হোৱা খাটাং | সেইবাবে অতি নিম্ন মানৰ ৰাজনীতি কৰিছে | হিমন্ত বিশ্ব শৰ্মাৰ বাবে পৰিয়ালৰ লোকে একে টি ভি চাব নোৱাৰা হৈছে | কোন সময়ত কি কথা কৈ দিয়ে তাৰ ঠিক নাই |
.........সাংসদ ৰকিবুল হুছেইন |
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.