Shuru
Apke Nagar Ki App…
উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ
Assam sangbad 24
উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ
More news from Nagaon and nearby areas
- ৰূপহীহাটৰ নতুন বজাৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰ মুকলি #viral video1
- হোজাই স্থিত আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। এইবেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শিক্ষানুষ্ঠান খনিৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু এগৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাত স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।1
- হিমন্ত বিশ্ব শৰ্মা এইবাৰ গাদীচ্যুত হোৱা খাটাং | সেইবাবে অতি নিম্ন মানৰ ৰাজনীতি কৰিছে | হিমন্ত বিশ্ব শৰ্মাৰ বাবে পৰিয়ালৰ লোকে একে টি ভি চাব নোৱাৰা হৈছে | কোন সময়ত কি কথা কৈ দিয়ে তাৰ ঠিক নাই | .........সাংসদ ৰকিবুল হুছেইন |1
- Post by অঞ্জন শইকীয়া4
- Post by Ebrahim Ali7
- ৰাকেশ ৰিয়ানৰ গীতত এই দৰে তেজপুৰ মাজ গাওঁ স্বহীদ বাকৰিত গীতৰ মাজতে এই দৰে কান্দিলে দৰ্শকে।1
- নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।1
- হিমন্ত বিশ্ব শৰ্মাৰ থৰকা ছুটি হেৰুৱাইছে | এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গাদীচ্যুত হোৱা টো খাটাং | গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱা টো খাটাং | গৌৰৱ গগৈ মূখ্য মন্ত্ৰী হব |......মীৰা বৰঠাকুৰ1
- Post by অঞ্জন শইকীয়া4