Shuru
Apke Nagar Ki App…
*৯৩ সংখ্যক চতিয়া কেন্দ্ৰীয় বিহুমেলা।* #ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু দলৰ বিহু প্ৰদৰ্শন। দুদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হ'ল ৯৩সংখ্যক চতিয়া কেন্দ্ৰীয় বিহু মেলা। প্ৰথম দিনা অৰ্থাৎ কালি সন্ধ্যা সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা মঞ্চ বিহু প্ৰতিযোগিতা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দলে বিহু প্ৰদৰ্শন কৰে। নিশালৈকে ঢোল পেঁপা গগনাৰ মাতৰে মুখৰিত হৈ পৰে সমগ্ৰ চতিয়াৰ আকাশ বতাহ। অনুষ্ঠানত ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অঞ্জন শইকীয়া

More news from অসম and nearby areas
- Post by অঞ্জন শইকীয়া4
- Post by KHABAR 24 BISWANATH1
- নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।1
- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল1
- *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ। জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে1
- আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ফলাফলক লৈ আনন্দ উল্লাহ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ৮৫% শতাংশ ফলাফলেৰে উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন শিক্ষাৰ্থী। ষ্টাৰ মাৰ্ক এজন, প্ৰথম বিভাগত ৮ গৰাকী, দ্বিতীয় বিভাগত ২৭ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰে। জানিব পৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ভাল ফলাফলেৰে উজ্বলি উঠে।1
- অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়1
- Post by অঞ্জন শইকীয়া4