Shuru
Apke Nagar Ki App…
উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুল ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল
Assam sangbad 24
উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুল ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল
More news from Sonitpur and nearby areas
- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল1
- Post by Mustafa SalimAhmed1
- নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।1
- *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ। জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে1
- আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ফলাফলক লৈ আনন্দ উল্লাহ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ৮৫% শতাংশ ফলাফলেৰে উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন শিক্ষাৰ্থী। ষ্টাৰ মাৰ্ক এজন, প্ৰথম বিভাগত ৮ গৰাকী, দ্বিতীয় বিভাগত ২৭ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰে। জানিব পৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ভাল ফলাফলেৰে উজ্বলি উঠে।1
- Post by অঞ্জন শইকীয়া4
- অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়1
- Post by Mustafa SalimAhmed1