logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

*ব্ৰেকিং চতিয়া* # চতিয়াত নৃশংস হত্যাকাণ্ড। # জ্যেষ্ঠ ভাতৃৰ লাঠীৰ কোবত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ। #চতিয়াৰ চেঙামাৰীৰ দুই নং ডিপলোঙাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। #জ্যেষ্ঠ ভাতৃৰ লাঠিৰ কোবত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ। # নিশাৰ ভাগত সংঘটিত হৈছে এই হত্যাকাণ্ড। #ঘৰুৱা কাজিয়াৰ বাবেই মহাবীৰ ঘাটোৱাল নামৰ যুৱক জনে তেওঁৰ কনিষ্ঠ ভাতৃ সঞ্জয় ঘাটোৱালক এডাল লাঠিৰে প্ৰহাৰ কৰাৰ ফলত সঞ্জয় ঘাটোৱালৰ মৃত্যু হয়। #নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মহাবীৰ ঘাটোৱালক আটক কৰে।

3 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
3 hrs ago

*ব্ৰেকিং চতিয়া* # চতিয়াত নৃশংস হত্যাকাণ্ড। # জ্যেষ্ঠ ভাতৃৰ লাঠীৰ কোবত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ। #চতিয়াৰ চেঙামাৰীৰ দুই নং ডিপলোঙাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। #জ্যেষ্ঠ ভাতৃৰ লাঠিৰ কোবত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ। # নিশাৰ ভাগত সংঘটিত হৈছে এই হত্যাকাণ্ড। #ঘৰুৱা কাজিয়াৰ বাবেই মহাবীৰ ঘাটোৱাল নামৰ যুৱক জনে তেওঁৰ কনিষ্ঠ ভাতৃ সঞ্জয় ঘাটোৱালক এডাল লাঠিৰে প্ৰহাৰ কৰাৰ ফলত সঞ্জয় ঘাটোৱালৰ মৃত্যু হয়। #নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মহাবীৰ ঘাটোৱালক আটক কৰে।

More news from অসম and nearby areas
  • Post by অঞ্জন শ‌ইকীয়া
    4
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    3 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    2 hrs ago
  • আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ। কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ। কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 9395016853
    1
    আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ।  
কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। 
পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। 
তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ।
কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 9395016853
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    40 min ago
  • নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    1
    নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫%
জাহ্নু বৰাই ৯২%
অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
আনন্দ উল্লাসৰ মাজতেই  শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল
    1
    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ। জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে
    1
    *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* 
ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ।
জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    13 hrs ago
  • আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। ফলাফলক লৈ আনন্দ উল্লাহ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ৮৫% শতাংশ ফলাফলেৰে উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন শিক্ষাৰ্থী। ষ্টাৰ মাৰ্ক এজন, প্ৰথম বিভাগত ৮ গৰাকী, দ্বিতীয় বিভাগত ২৭ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰে। জানিব পৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ভাল ফলাফলেৰে উজ্বলি উঠে।
    1
    আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল।
ফলাফলক লৈ আনন্দ উল্লাহ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি।
উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত ৮৫% শতাংশ ফলাফলেৰে উজ্বলি উঠিল অধ্যয়ন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন শিক্ষাৰ্থী। 
ষ্টাৰ মাৰ্ক এজন, প্ৰথম বিভাগত ৮ গৰাকী, দ্বিতীয় বিভাগত ২৭ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰে। 
জানিব পৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থী সকলে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ভাল ফলাফলেৰে উজ্বলি উঠে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    17 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    4
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.