Shuru
Apke Nagar Ki App…
আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশ্বনাথত ৩টাকৈ বিষয়ত লেটাৰ মাৰ্কসহ ৮০ শতাংশ নম্বৰেৰে উজ্বলিল পিতৃহাৰা ৰিম্পী ভূঞা ।
KHABAR 24 BISWANATH
আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশ্বনাথত ৩টাকৈ বিষয়ত লেটাৰ মাৰ্কসহ ৮০ শতাংশ নম্বৰেৰে উজ্বলিল পিতৃহাৰা ৰিম্পী ভূঞা ।
More news from অসম and nearby areas
- নুমলীগড়ৰ কালিয়নি নৈৰ পাৰত ৰখাই থোৱা অৱস্থাত হঠাৎ মাৰুতি ভেন বাহন পানীত পৰে । নৈৰ সোঁতত বহু দূৰ উটি যায় মাৰুতি ভেনখন। জানিবপৰা মতে বাহনখনত কোনো ব্যক্তি ভিতৰত নাছিল। ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে বৰ্তমানলৈকে সঠিক তথ্য লাভ কৰা হোৱা নাই। উক্ত ভেনখন চাবলৈ ৰাইজৰ ভিৰ নৈৰ পাৰত। ইতিমধ্যে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দলক খবৰ দিয়া হৈছে।1
- আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এক গৌৰৱোজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে । বিদ্যালয়খনিৰ এই সাফল্যত সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে, শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৮৪ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত প্ৰথম বিভাগ লাভ কৰিছে ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে, তাৰে এজনে ডিষ্টিংচন আৰু দুজনে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ওপৰিও দ্বিতীয় বিভাগত ৫৪ জন আৰু তৃতীয় বিভাগত ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। এই প্ৰসংগত বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীয়ে কি কয় শুনো আহক।1
- ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই অনা জেৰিন ওৱাহিদক ৰূপহী সংবাদ ক্লাৱৰ সম্বৰ্ধনা #dtalksne #hsresult #everyone #examresults #photography1
- ৰূপহীহাটৰ দ্বীপ জ্যোতি চিনিয়ন চেকেণ্ডাৰী বিদ্যালয় কলা শাখাত ৯০ শতাংশ নম্বৰেৰে উজ্বলিল। কাছখাইতী স্থিত দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে চতুৰ্থবাৰতেই সৰ্বোচ্চ ৯০শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অঞ্চললৈ। এশ শতাংশ ফলাফলৰ সৈতে সৰ্বোচ্চ ৯০ শতাংশ নম্বৰ লাভত উখল মাখল পৰিৱেশ বিদ্যালয় চৌহদত। ৰূপহী উত্তৰাঞ্চলত এইবাৰ দ্বীপ জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম। পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা বিদ্যালয়খনে ষ্টাৰ মাৰ্কত ৩গৰাকী প্ৰথম বিভাগত ২২ গৰাকী দ্বিতীয় বিভাগত ৩৩গৰাকী তৃতীয় বিভাগত ৯গৰাকীয়ে উত্তীৰ্ণ হয়।1
- বিজ্ঞান শাখাত উজ্বলিল সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল।1
- ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফল ৷ উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈ উজলি উঠিল ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল1
- ৰূপহীহাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত চমকপ্ৰদ সাফল্য লাভ1
- উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্বলি উঠা শিক্ষাৰ্থীক সম্বৰ্ধনা অসম-মিঞা অসমীয়া পৰিষদৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক ডক্তৰ আশ্ৰাফুল আলমৰ। আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত উজ্জ্বলিল নগাঁও শিয়ালমাৰীৰ হুমাইৰা চুলতানা। বিজ্ঞান শাখাত 86% শতাংশ ফলাফল দেখুৱাই উজলি উঠিল নগাঁও শিয়ালমাৰী গাঁৱৰ নুৰুল আমিনৰ কণ্যা হুমাইৰা চুলতানা। নগাঁৱৰ Dawson HS school ৰ শিক্ষাৰ্থী আছিল হুমাইৰা চুলতানা। মুঠ চাৰিটা বিষয়ত লেটাৰমাৰ্ক লাভ কৰে হুমাইৰা চুলতানাই। লেটাৰমাৰ্ক লাভ কৰা বিষয় চাৰিটা ক্ৰমে English, Physics, Chemistry আৰু Biology ত । উজলি উঠা হুমাইৰা চুলতানাৰ বাসগৃহত উপস্থিত হয় অসম-মিঞা অসমীয়া পৰিষদৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক ডক্তৰ আশ্ৰাফুল আলম। শিক্ষাৰ্থী গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে অভিনন্দন ও উজ্বল ভৱিষ্যত কামনা কৰে ডক্তৰ আশ্ৰাফুল আলমে।1
- অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়1