logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

on 13 March
user_Assam Local News
Assam Local News
News Channel বকো, কামৰূপ, অসম•
on 13 March
2a461a2c-3eb4-477c-ae63-6d16256ffa7e

More news from অসম and nearby areas
  • 🥀😋💔🥰😋
    1
    🥀😋💔🥰😋
    user_Shahidul Islam
    Shahidul Islam
    Plumber বৰক্ষেত্ৰী, নলবাৰী, অসম•
    7 hrs ago
  • आज से असम तथा नॉर्थ ईस्ट के पांच राज्य के HAJI गुवाहाटी लोकप्रिय Gopinath bordoloi एयरपोर्ट से मदीना मक्का के लिए रवाना होंगे #newsreport
    1
    आज से असम तथा नॉर्थ ईस्ट के पांच राज्य के HAJI  गुवाहाटी लोकप्रिय Gopinath bordoloi एयरपोर्ट से मदीना मक्का के लिए रवाना होंगे
#newsreport
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    15 hrs ago
  • ৰঙিয়াত যোৱা নিশা চোৰৰ চাফাই অভিযান। দোকানৰ চিলিং কাটি চোৰে লুটি লৈ গ'ল প্ৰায় এক লক্ষ্যধিক টকা মূল্যৰ সা-সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা। ৰঙিয়া ৩নং ৱাৰ্ডত থকা চাইমা চুপাৰ মাৰ্কেটত নিশা চোৰে চলালে চাফাই অভিযান। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ টিঙত উঠি চিলিং কাটি প্ৰৱেশ কৰে ভিতৰত আৰু নিমিষতে প্ৰায় এক লাখ টকা মূল্যৰ সা সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা লুটি পলায়ন কৰে ঘটনাস্থলীৰ পৰা। উল্লেখযোগ্য যে ৰঙিয়াত প্ৰায়ে সংঘটিত হৈ আহিছে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা।
    1
    ৰঙিয়াত যোৱা নিশা চোৰৰ চাফাই অভিযান। দোকানৰ চিলিং কাটি চোৰে লুটি লৈ গ'ল প্ৰায় এক লক্ষ্যধিক টকা মূল্যৰ সা-সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা। ৰঙিয়া ৩নং ৱাৰ্ডত থকা চাইমা চুপাৰ মাৰ্কেটত নিশা চোৰে চলালে চাফাই অভিযান। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ টিঙত উঠি চিলিং কাটি প্ৰৱেশ কৰে ভিতৰত আৰু নিমিষতে প্ৰায় এক লাখ টকা মূল্যৰ সা সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা লুটি পলায়ন কৰে ঘটনাস্থলীৰ পৰা। উল্লেখযোগ্য যে ৰঙিয়াত প্ৰায়ে সংঘটিত হৈ আহিছে এনেধৰণৰ চুৰি কাৰ্য্যৰ  ঘটনা।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    18 hrs ago
  • 📌 বাক্সাৰ সাউদৰভিঠাত থলুৱা ডিজিটেল ৱেবছাইট মুকলি। 📌 CONNECT নামেৰে মুকলি কৰা হয় এই ডিজিটেল ৱেবছাইটটো।
    1
    📌 বাক্সাৰ সাউদৰভিঠাত থলুৱা ডিজিটেল ৱেবছাইট মুকলি।
📌 CONNECT নামেৰে মুকলি কৰা হয় এই ডিজিটেল ৱেবছাইটটো।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    16 hrs ago
  • ভাৰতীয় শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা: কুমাৰীকাটা আচাৰ্য্যকুলমৰ ছাত্ৰী অস্মিতা বস্নেতৰ সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান দখল। তামুলপুৰ, ১৮ এপ্ৰিল: ​ভাৰতীয় শিক্ষা বোৰ্ডৰ অধীনত অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত আচাৰ্য্যকুলমে এক গৌৰৱোজ্জ্বল সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে য’ত বিদ্যালয়খনৰ ছাত্ৰী অস্মিতা বস্নেতে ৯৭ শতাংশ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই অভূতপূৰ্ব ফলাফল ঘোষণা হোৱাৰ লগে লগে আজি কুমাৰীকাটা আচাৰ্য্যকুলম বিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ তথা আনন্দময় পৰিৱেশৰ সৃষ্টি হয় আৰু বিদ্যালয়খনৰ অধ্যক্ষ নৌজৰ বসুমতাৰীৰ লগতে উপাধ্যক্ষ ৰূপম চৌধুৰীয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই অনন্য সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে, অস্মিতা বস্নেতৰ লগতে বিদ্যালয়খনৰ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্ৰদৰ্শনেৰে বিদ্যালয়খনৰ নাম উজলাইছে; যাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল সেৱিকা দেৱী (৮৯.৮%), প্ৰিয়া বৈশ্য (৮৯.৪), ৰোচান বস্নেত (৮৯.২), বিশাল পোদ্দাৰ (৮৮.৬), অংশু গজমেৰ (৮৬), হিমা হাজং (৮৬), বাপন পাল (৮৫.৬), গৌৰৱ ছেত্ৰী (৮৪.৪), ৰক্তিম দাস (৮৩.৬), প্ৰসেনজিৎ বৰ্মণ (৮৩.২), ইৰাগদাউ মছাহাৰী (৮১.৪), দেনিয়েল মছাহাৰী (৮০.৬), পাৰঞ্জিৎ বৰ্মণ (৭৯.৪), সুস্মিতা ছেত্ৰী (৭৮.৪), ধৃতিৰাজ নাৰ্জাৰী (৭৭.৮), জুপিতৰা ৰাভা (৭৬.৮), দেভিড বসুমতাৰী (৭৬.৬), ভণিতা ৰাহাং (৭৬.২), বিবেক থাপা (৭৫.৪), কৰেন্দ্ৰ ভৰালী (৭৫.৪), কৃষ্ণ বৈশ্য (৭৫), যশ শৰ্মা (৭৪), বিনা বৰ্মণ (৭১), জ্যোতিকা শৰণীয়া (৭১), বাপ্পা পাল (৭০.৬), ৰাহুল বিশ্বাস (৬৭), বিদ্যুত ৰাভা (৬৪), প্ৰণৱ শৰণীয়া (৬২.৪), বিপ্লৱ বৰ্মণ (৬১), ৰাকেশ আৰ্য (৬০.৮) আৰু ধীৰাজ ৰাভা (৬০.৪) । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই সফলভাৱে উত্তীৰ্ণ হোৱা এই সমগ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক-অভিভাৱিকা সকলক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু বড়ো সকলৰ পৰম্পৰাগত আৰণাইৰে উষ্ম আদৰণি জনাই উৎসাহিত কৰে। উল্লেখ্য যে, অস্মিতা বস্নেতৰ এই সাফল্যই কেৱল কুমাৰীকাটা আচাৰ্য্যকুলমৰে নহয়, বৰঞ্চ সমগ্ৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে আৰু বিদ্যালয়খনৰ এনে কৃতিত্বত সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে হৰ্ষোল্লাস কৰি আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়। বিদ্যালয়খনৰ এই সামগ্ৰিক ফলাফল আৰু বিশেষকৈ শীৰ্ষস্থান প্ৰাপ্ত ছাত্ৰীসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে প্ৰমাণ কৰিছে যে সঠিক মাৰ্গদৰ্শন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰাও ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰাটো সম্ভৱ।###
    1
    ভাৰতীয় শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা: কুমাৰীকাটা আচাৰ্য্যকুলমৰ ছাত্ৰী অস্মিতা বস্নেতৰ সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান দখল।
তামুলপুৰ, ১৮ এপ্ৰিল:
​ভাৰতীয় শিক্ষা বোৰ্ডৰ অধীনত অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত আচাৰ্য্যকুলমে এক গৌৰৱোজ্জ্বল সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে য’ত বিদ্যালয়খনৰ ছাত্ৰী অস্মিতা বস্নেতে ৯৭ শতাংশ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই অভূতপূৰ্ব ফলাফল ঘোষণা হোৱাৰ লগে লগে আজি কুমাৰীকাটা আচাৰ্য্যকুলম বিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ তথা আনন্দময় পৰিৱেশৰ সৃষ্টি হয় আৰু বিদ্যালয়খনৰ অধ্যক্ষ নৌজৰ বসুমতাৰীৰ লগতে উপাধ্যক্ষ ৰূপম চৌধুৰীয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই অনন্য সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে, অস্মিতা বস্নেতৰ লগতে বিদ্যালয়খনৰ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্ৰদৰ্শনেৰে বিদ্যালয়খনৰ নাম উজলাইছে; যাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল সেৱিকা দেৱী (৮৯.৮%), প্ৰিয়া বৈশ্য (৮৯.৪), ৰোচান বস্নেত (৮৯.২), বিশাল পোদ্দাৰ (৮৮.৬), অংশু গজমেৰ (৮৬), হিমা হাজং (৮৬), বাপন পাল (৮৫.৬), গৌৰৱ ছেত্ৰী (৮৪.৪), ৰক্তিম দাস (৮৩.৬), প্ৰসেনজিৎ বৰ্মণ (৮৩.২), ইৰাগদাউ মছাহাৰী (৮১.৪), দেনিয়েল মছাহাৰী (৮০.৬), পাৰঞ্জিৎ বৰ্মণ (৭৯.৪), সুস্মিতা ছেত্ৰী (৭৮.৪), ধৃতিৰাজ নাৰ্জাৰী (৭৭.৮), জুপিতৰা ৰাভা (৭৬.৮), দেভিড বসুমতাৰী (৭৬.৬), ভণিতা ৰাহাং  (৭৬.২), বিবেক থাপা (৭৫.৪), কৰেন্দ্ৰ ভৰালী (৭৫.৪), কৃষ্ণ বৈশ্য (৭৫), যশ শৰ্মা (৭৪), বিনা বৰ্মণ (৭১), জ্যোতিকা শৰণীয়া (৭১), বাপ্পা পাল (৭০.৬), ৰাহুল বিশ্বাস (৬৭), বিদ্যুত ৰাভা (৬৪), প্ৰণৱ শৰণীয়া (৬২.৪), বিপ্লৱ বৰ্মণ (৬১), ৰাকেশ আৰ্য (৬০.৮) আৰু ধীৰাজ ৰাভা (৬০.৪) । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই সফলভাৱে উত্তীৰ্ণ হোৱা এই সমগ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক-অভিভাৱিকা সকলক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু বড়ো সকলৰ পৰম্পৰাগত আৰণাইৰে উষ্ম আদৰণি জনাই উৎসাহিত কৰে। উল্লেখ্য যে, অস্মিতা বস্নেতৰ এই সাফল্যই কেৱল কুমাৰীকাটা আচাৰ্য্যকুলমৰে নহয়, বৰঞ্চ সমগ্ৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে আৰু বিদ্যালয়খনৰ এনে কৃতিত্বত সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে হৰ্ষোল্লাস কৰি আনন্দত আত্মহাৰা হৈ পৰা দেখা যায়। বিদ্যালয়খনৰ এই সামগ্ৰিক ফলাফল আৰু বিশেষকৈ শীৰ্ষস্থান প্ৰাপ্ত ছাত্ৰীসকলৰ চমকপ্ৰদ প্ৰদৰ্শনে প্ৰমাণ কৰিছে যে সঠিক মাৰ্গদৰ্শন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰাও ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰাটো সম্ভৱ।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    21 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • नॉर्थ ईस्ट के पांच राज्य के हाजियों को गुवाहाटी के इस्लामपुर हाजी मुसाफिरखाना से हज रिसेप्शन कमेटी द्वारा अलविदा का खास प्रोग्राम और दुआ किया गया
    1
    नॉर्थ ईस्ट के पांच राज्य के हाजियों को गुवाहाटी के इस्लामपुर हाजी मुसाफिरखाना से हज रिसेप्शन कमेटी द्वारा अलविदा का खास प्रोग्राम और दुआ किया गया
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    23 hrs ago
  • 📌বাক্সাৰ জালাহ দংপাৰত ৰঙালী বিহু উদযাপন। 📌উদুলি মুদুলি মুকলি বিহুৰ বাকৰি। 📌সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুৰ আনন্দ।
    1
    📌বাক্সাৰ জালাহ দংপাৰত ৰঙালী বিহু উদযাপন।
📌উদুলি মুদুলি মুকলি বিহুৰ বাকৰি।
📌সমগ্ৰ ৰাজ্যতে ৰঙালী বিহুৰ আনন্দ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    22 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.