Shuru
Apke Nagar Ki App…
সমাগত অসম বিধানসভাৰ নিৰ্বাচন ৷ অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
Assam sangbad 24
সমাগত অসম বিধানসভাৰ নিৰ্বাচন ৷ অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবা গাঁৱত আজি সংঘটিত হ’ল জঘন্য ঘটনা ৷ আজি গো-ধনৰ ভৰি কাটিলে এটা নৰাধমে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য1
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- Post by DeV 24 News1
- আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।1
- ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ ১০০% ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে গৌৰৱময় অনুভৱ কৰিছে অঞ্চলবাসীয়ে ডিষ্টিংচন-ষ্টাৰত উজ্বল শিক্ষাৰ্থী। মেধাৰ ভিত্তিত জিলিকি উঠিল ছুমাইয়া আহমেদ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ মুঠ ১৫৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈ ১০০ শতাংশ সফলতা অৰ্জন কৰে বিদ্যালয় খনৰ এজনে ডিচটিংচন,৫ জনে ষ্টাৰ,৫১ জনে প্ৰথম বিভাগ,৯৩ জনে ২য় বিভাগ আৰু ৩ জনে ৩য় বিভাগত উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল চামগুৰি সমষ্টিৰ কৰৈগুৰিৰ গাঁৱৰ ছুমাইয়া আহমেদ । নগাঁও জিলাৰ উত্তৰাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা উত্তীৰ্ণ হ'ল ছুমাইয়া আহমেদ। আটাইকেইটাত লেটাৰলৈ উত্তীৰ্ণ হ'ল অতি ভিতৰুৱা গাঁৱৰ ছুমাইয়া আহমেদ। ছুমাইয়া আহমেদে সৰ্বমুঠ ৯৬.৬৭% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে1
- Post by DeV 24 News1