Shuru
Apke Nagar Ki App…
গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
Malobika bora
গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।
More news from অসম and nearby areas
- গোলাঘাট ঘিলাধাৰীত অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ,২০০ লিটাৰতকৈ অধিক সুৰা জব্দ। মঙ্গলবাৰে অবৈধ মদৰ বিৰুদ্ধে ঘিলাধাৰী পি এছৰ উদ্যোগত অভিযান । পি এছৰ অধীনত থকা সমাজবাদী পাথেৰ গাঁৱত অভিযান চলাই মঙ্গলবাৰে পুৱা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে আনুষংগিক সামগ্ৰী ধ্বংস কৰে আৰক্ষী আৰু আবকাৰী দলটোৱে।1
- মাজুলী বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ । বিধান সভা নিৰ্বাচনলৈ মাজত মাঠো ১০ টা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ। ৯৮ নং মাজুলী জনজাতি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ বিজেপি কৰ্মী সকল। আজি ভুৱন গামৰ হৈ ফুলনি গাওঁ পঞ্চায়তৰ ৮ নং ৱাডৰ কৰ্মী সকলে গাৱেঁ পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। নিৰ্বাচনী প্ৰচাৰত অংশ লয় মাজুলী জিলা পৰিষদৰ সভানেত্ৰী নবনিতা দাস, ফুলনি গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা নৰহ , কাউঞ্চিলা গৰাকী লগতে আন আন বিজেপি নেতা সকলে।1
- Post by KHABAR 24 BISWANATH1
- চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।1
- বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে । বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।1
- শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈ বিজেপি নেতা বিশ্ব ভূঞা আৰু স্থানীয় সচেতন ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব ভূঞাই অভিযোগ কৰা মতে, কৃষক নেতাৰ পৰা বিধায়ক হোৱা গগৈয়ে সমষ্টিটোৰ উন্নয়ন আৰু কৃষকৰ স্বাৰ্থত কোনো ফলপ্ৰসূ কাম কৰা নাই, যাৰ ফলত জিলাখন বহু পিছপৰি ৰৈছে। আনকি তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ তুলি কুশল দুৱৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। একেদৰে জ্যোতি প্ৰসাদ কলিতাই বৰ্তমানৰ ৰাজনৈতিক চৰিত্ৰ হননৰ পৰিৱেশক লৈ দুখ প্ৰকাশ কৰি স্থায়ী উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। তেওঁৰ মতে, কেৱল অস্থায়ী পথ নিৰ্মাণেই উন্নয়ন নহয়; মেটেকাঘাটৰ দলং বা যান-জঁতৰ দৰে স্থায়ী সমস্যা সমাধানত বিধায়কগৰাকী ব্যৰ্থ হৈছে। নগৰৰ মাজমজিয়াৰ নিৰ্মাণকাৰ্যৰ দুৰ্বল মানদণ্ড আৰু কদৰ্যময় পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰি কলিতাই কয় যে অনাগত প্ৰজন্মৰ বাবে ইতিহাস সৃষ্টি কৰিব পৰা দূৰদৰ্শী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো বিধায়কজনৰ দায়িত্ব আছিল, য’ত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে।2
- mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd1
- MAJULI BREAKING মাজুলী মাজৰ দেউৰী গাৱঁত লোহমৰ্ষক ঘটনা। এগৰাকী মহিলাক ডিঙি কাতি হত্যা। জেংৰাইমূখ থানাৰ অন্তৰ্গত মাজৰ দেউৰী গাৱঁত এই শোকাবহ ঘটনা। ডিঙি কাতি হত্যা মহিলাগৰাকী নাম নিকিতা দাস। ঘৰত কোনো নথকা অৱস্থাত ডিঙি কাতি হত্যা কৰে মহিলা গৰাকীক। কোনে হত্যা কৰিলে মহিলা গৰাকীক জানিব পৰা হোৱা নাই। মহিলা গৰাকীক জেংৰাই চিকিৎসালয়ত ভৰ্তী কৰিছিল যদিও মৃত্যু হয় মহিলা গৰাকী আৰক্ষীৰ অনুসন্ধানৰ পিছত হে কোনে কি কাৰনে হত্যা কৰিলে জানিব পৰা যাব4