Shuru
Apke Nagar Ki App…
বৰক্ষেত্ৰীৰ জাগাৰাত ভয়াবহ পথ দুৰ্ঘটনা। এল্ট' আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
Assam Local News
বৰক্ষেত্ৰীৰ জাগাৰাত ভয়াবহ পথ দুৰ্ঘটনা। এল্ট' আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।
More news from Kamrup and nearby areas
- বৰক্ষেত্ৰীৰ জাগাৰাত ভয়াবহ পথ দুৰ্ঘটনা। এল্ট' আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।1
- বুকু কঁপি উঠা এক ভয়ংকৰ দূৰ্ঘটনা।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল ঘৰৰ ওপৰত।পাঁচ জনীয়া পৰিয়ালে শুই থকা অৱস্থাত ঘৰৰ ওপৰত বাগৰি পৰে তীব্ৰবেগী ডাম্পাৰখন। দুগৰাকী কণমানি শিশু সহ পাঁচজনীয়া পৰিয়ালটো ডাম্পাৰৰ তলত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ কেইবা ঘণ্টা চেষ্টাৰ অন্তত তিনি জন লোক জীৱিত আৰু দুজন মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত অৱস্থাত উদ্ধাৰ হয় ছালেহা খাতুন আৰু তাইৰ কনমানি চাৰি বছৰীয়া কন্যা সন্তান মাজেদা খাতুনক। ইফালে , হাচিনা খাতুন, তাছলিমা খাতুন আৰু এক বছৰীয়া কণমানি কন্যা শিশু এটিক সংকটজনক অৱস্থাত ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে এনে ভয়ংকৰ দুৰ্ঘটনা।1
- ২৭ পুহ, সোমবাৰ..1
- Post by Swapamaiar2
- Post by Assam sangbad 241
- মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ1
- #বিশ্বনাথ জিলাৰ বিহালীত মুকলি হ'ল এক অভিলাষী প্ৰকল্প #ভাৰত চৰকাৰৰ "প্রধান মন্ত্রী কিষাণ সম্পদা যোজনা" অধীনত আজমেৰ এগ্ৰ' প্ৰডাক্ত প্ৰাইভেট লিমিটেডে (Ajmer Agro Products Pvt Ltd) স্থাপন কৰিলে ৰাইচ ব্রেন তেল, চয়াবিন তেল আৰু "চয়া বৰি" প্ৰচেছিং ইউনিট1
- দক্ষিণ কামৰূপৰ ঐতিহাসিক চণ্ডিকা দেৱালয়ত উপস্থিত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। উল্লেখযোগ্য যে ৰবিবাৰে ৰাতিপুৱাৰ ভাগত উপস্থিত হৈ তেওঁ মাৰ আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁক দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।1