Shuru
Apke Nagar Ki App…
মৰিগাঁৱৰ জেষ্ঠ কংগ্ৰেছী ৰমেশ বৰদলৈৰ কংগ্ৰেছৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে পদত্যাগ কৰে জেষ্ঠ কংগ্ৰেছী ৰমেশ বৰদলৈয়ে ।
Mahesh kumar das
মৰিগাঁৱৰ জেষ্ঠ কংগ্ৰেছী ৰমেশ বৰদলৈৰ কংগ্ৰেছৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে পদত্যাগ কৰে জেষ্ঠ কংগ্ৰেছী ৰমেশ বৰদলৈয়ে ।
More news from অসম and nearby areas
- Post by Mahesh kumar das1
- Post by DeV 24 News1
- লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মা-ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু1
- তামিলনাডুলৈ যোৱাৰ পথত নিৰুদ্দেশ চামগুৰিৰ এজন লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত টেকেলিফুটা গাঁৱৰ ৰবিকুল ইছলাম বহি: ৰাজ্যত নিৰুদ্দেশ। চাৰি সন্তানৰ পিতৃ ৰবিকুল ইছলামৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। কৰ্মসূত্ৰে বহি: ৰাজ্যলৈ যোৱাৰ উদ্দেশ্য যোৱা ৯ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল ৰবিকুল ইছলাম। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, তামিলনাডু পোৱাৰ আগতেই লোকজনৰ কোনো সন্ধান পোৱা নাই। চলন্ত ৰে'লৰ পৰা পৰি যোৱা বুলিও লগৰ দুই এজনে অৱগত কৰায় পৰিয়ালৰ লোকক। লোকজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল। আপুনি যদি ফটোত থকা এই ব্যক্তিগৰাকীৰ কোনো সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চামগুৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ সৈতে। পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হৈছে 8724014239 অথবা 90742382611
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- Post by Uttam Dutta1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1