logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

4 hrs ago
user_ভারত আমার জান
ভারত আমার জান
Grain Wholesaler বজালী, বজালী, অসম•
4 hrs ago

More news from অসম and nearby areas
  • অষ্টম নগর বাজারে
    1
    অষ্টম নগর বাজারে
    user_ভারত আমার জান
    ভারত আমার জান
    Grain Wholesaler বজালী, বজালী, অসম•
    3 hrs ago
  • 🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী। 🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।
    1
    🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী।
🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    14 hrs ago
  • 📌তামোল বিক্ৰী কৰাক কেন্দ্ৰ কৰি বাক্সাত চাঞ্চল্যকৰ হত্যাকাণ্ড। 📌বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত দাওধাৰাত পিতৃৰ আক্ৰমনত পুত্ৰৰ কৰুণ মৃত্যু। 📌ঘাতক পিতৃ গনেশ গয়াৰী শিমলা আৰক্ষীৰ জালত। 📌পিতৃৰ কোৰ'ৰ আক্ৰমনত মৃত্যু হোৱা পুত্ৰৰ নাম আওদা গয়াৰী।
    1
    📌তামোল বিক্ৰী কৰাক কেন্দ্ৰ কৰি বাক্সাত চাঞ্চল্যকৰ হত্যাকাণ্ড।
📌বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত দাওধাৰাত পিতৃৰ আক্ৰমনত পুত্ৰৰ কৰুণ মৃত্যু।
📌ঘাতক পিতৃ গনেশ গয়াৰী শিমলা আৰক্ষীৰ জালত।
📌পিতৃৰ কোৰ'ৰ আক্ৰমনত মৃত্যু হোৱা পুত্ৰৰ নাম আওদা গয়াৰী।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    9 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    12 hrs ago
  • তামুলপুৰত বিপিএফত যোগদান অৰ্ধশতাধিকৰ তামুলপুৰ , ১ এপ্ৰিল : সমাগত অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ মাজতে আজি তামুলপুৰত অৰ্ধ শতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । যোগদান কৰা আটাইকেইজন ব্যক্তিকে দলীয় প্ৰতীক সম্বলিত গামোচাৰে দললৈ আদৰণি জনায় । গয়বাৰী ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দেৰহাছাৰ বড়োৱে আঁত ধৰা যোগদান অনুষ্ঠানত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে যোগদান কৰা আটাইকেইজন বিশিষ্ট ব্যক্তিক বিপিএফ দললৈ উষ্ম আদৰণি জনাই কয় আজিৰে পৰা আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম । সকলোৱে মিলি তামুলপুৰ সমষ্টিৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিম । আগন্তুক নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈও তেওঁ সকলোকে আহ্বান জনায় । অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মোছাহাৰী , তামুলপুৰ জিলা বিপিএফৰ জ্যেষ্ঠ নেতা গোপীনাথ ব্ৰহ্মকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে । ইপিনে অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । #
    1
    তামুলপুৰত বিপিএফত যোগদান অৰ্ধশতাধিকৰ 
তামুলপুৰ , ১ এপ্ৰিল : 
সমাগত অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ মাজতে আজি তামুলপুৰত অৰ্ধ শতাধিক লোকে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । যোগদান কৰা আটাইকেইজন ব্যক্তিকে দলীয় প্ৰতীক সম্বলিত গামোচাৰে দললৈ আদৰণি জনায় । গয়বাৰী ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দেৰহাছাৰ বড়োৱে আঁত ধৰা যোগদান অনুষ্ঠানত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে যোগদান কৰা আটাইকেইজন বিশিষ্ট ব্যক্তিক বিপিএফ দললৈ উষ্ম আদৰণি জনাই কয় আজিৰে পৰা আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম । সকলোৱে মিলি তামুলপুৰ সমষ্টিৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিম । আগন্তুক নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক পদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈও তেওঁ সকলোকে আহ্বান জনায় । অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মোছাহাৰী , তামুলপুৰ জিলা বিপিএফৰ জ্যেষ্ঠ নেতা গোপীনাথ ব্ৰহ্মকে ধৰি কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে । ইপিনে অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । #
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    2 hrs ago
  • ৰঙিয়াত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পিছতে বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি দলৰ তৃতীয় বাৰৰ বাবে ৰঙিয়া সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী ভবেশ কলিতাৰ সমৰ্থনত উলিওৱা ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
    1
    ৰঙিয়াত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পিছতে বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি দলৰ তৃতীয় বাৰৰ বাবে ৰঙিয়া সমষ্টিত প্ৰক্ষেপিত প্ৰাৰ্থী ভবেশ কলিতাৰ সমৰ্থনত উলিওৱা ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • 👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। 👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। #Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺
    1
    👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে।
#Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    4 hrs ago
  • যে বিজেপি চাও সে লাল দিল ভেজে,, যে কংগ্রেসকে চাও সে কমেন্ট করো
    1
    যে বিজেপি চাও সে লাল দিল ভেজে,, যে কংগ্রেসকে চাও সে কমেন্ট করো
    user_ভারত আমার জান
    ভারত আমার জান
    Grain Wholesaler বজালী, বজালী, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.