Shuru
Apke Nagar Ki App…
বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে। 🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী। 🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।
Shakil Ahmed- ABC News Digital
বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে। 🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী। 🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।
More news from অসম and nearby areas
- 🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী। 🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।1
- 📌বাক্সাৰ দক্ষিণ শিমলাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল। 📌ইউপিপিএল-বিপিএফক কঠোৰ সমালোচনা। 📌নৱ শৰণীয়াক সমৰ্থনৰ আহ্বান।1
- Post by Arshad Ali1
- ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মৃণাল বিশ্বাসৰ ভোটাৰ ৰাইজক অনুৰোধ- পূৰ্বে ছপোৱা বেলট পেপাৰৰ প্ৰতিলিপত থকা ক্ৰমিক নম্বৰ ১০ আছিল যদিও আজি চূড়ান্ত বেলট পেপাৰত তেওঁৰ প্ৰতীক চিহ্ন নাৰিকলৰ বাগিচাই যদিও ক্ৰমিক নম্বৰ ১১ হিচাপে চূড়ান্ত হৈছে । পূৰ্বে ৰাইজক জনোৱা ক্ৰমিক নম্বৰৰ সলনি মৃণাল বিশ্বাসৰ চূড়ান্ত ক্ৰমিক নম্বৰ ১১ হব বুলি উল্লেখ প্ৰাৰ্থী গৰাকীৰ।1
- notun silver Kali Mandir1
- 👉 গুৱাহাটীত IPL সংঘৰ্ষৰ মাজতে বিতৰ্ক! 👉 “জয় জুবিন দা” লিখা গামোচা ষ্টেডিয়ামত নিষিদ্ধ গুৱাহাটী IPL খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত “জয় জুবিন দা” লিখা গামোচা দেখুওৱাত নিৰাপত্তাৰক্ষীয়ে সেইটো কাঢ়ি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। সংগীতশিল্পী Zubeen Garg-ৰ সমৰ্থনত এই পদক্ষেপক লৈ ৰাইজৰ মাজত তীব্ৰ আলোচনা চলিছে। #Guwahati #IPL #ZubeenGarg #JoyZubeenDa #AssamNews #BreakingNews #ViralNews #StadiumIssue #Security #Trending #Assam1
- ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজান বৈশ্যক বিদায় সম্বৰ্ধনা ।সুদীৰ্ঘ কাল সফল শিক্ষকতাৰ অন্তত আজি ৰঙিয়াৰ ২৯ নং মূৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ পৰা কৰ্মজীৱনৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা গ্ৰহণ কৰে প্ৰধান শিক্ষক অজান বৈশ্যই । বিদায় অনুষ্ঠানক লৈ বিদ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। অভিভাৱক অভিভাৱিকা ,কণ কণ শিশু ছাত্ৰ ছাত্ৰী সকলে শোকাকুল পৰিৱেশত বিদায় জনায় শ্ৰদ্ধাৰ শিক্ষাগুৰু গৰাকীক । অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ লগতে বেচৰকাৰী সংস্থা পৰমাৰ্থৰ ফালৰ পৰাও সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত পৰমাৰ্থৰ সভাপতি ভাস্কৰ কলিতা, সম্পাদক বিশ্বজিৎ কাকতীৰ লগতে বিষয়ববীয়া প্ৰবীৰ কলিতাই অ্ংশগ্ৰহণ কৰি ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ আদিৰে সম্ভাষণ জনায়।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কৃতি শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ ভিত্তিত যুগুত কৰা স্মৰণিকা এখনৰো আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।1
- Post by Shakil Ahmed- ABC News Digital1